পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩১ ] জোখাৰে এতিয়৷ মই আহু-শালি দুয়ো বিধৰে খেতি কৰোঁ। কল, মাটি-কঠাল, অমিতা আৰু কুঁহিয়াৰ এইবোৰো ৰুইছে॥ বতৰত শাক পাচলি কবি মূল৷ লাও কোমোৰ৷ জিক| ভোল বাঙি তৰমুজা আদি চহে৷ কৰে॥ মোৰ এতিয়৷ দুহাল হালোৱা গৰু আছে; আৰু পাঁচ-ছয়জনীমান ভাল গাই পুহিছে৷। ঈশ্বৰৰ কৃপাত আৰু আপোনা- লোকৰ আশীৰ্ব্বাদত মোৰ এতিয়৷ খোৱা- লোৱাৰ দুখ নাই। পথাৰলৈ আহিয়েই আজি আঠ বছৰমান হল মই বৰ আহিয়েই বিয়৷ কৰালো। ঘৈণীজনী কাম কাজত বেয়া নহয়। তাইৰে৷ ছপা আখৰ পঢ়িবৰ বৰ মন। 'মোৰ লগত অলপ অলপ শিকিছে;