পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

] আপুনি জন-শিক্ষ৷ অভিযানৰ কাগজত যি বিলাক মানুহক লেখা-পঢ়া শিকাইছিল, ময়ে৷ তাৰে এজন। মই নগাওঁ জিলাৰ কামপুৰৰ মানুহ। তেতিয়| আপুনি কথাই কথাই কৈছিল যে আমাৰ দেশত বহুতো হাবি মাটি আছে, আৰু আমাৰ নিচিন যিবিলাক মানুহ ঘন বস্তিত আছে সেই বিলাকৰ কিছু কিছু গৈ এই হাবি মাটি দখল কৰিব লাগে। আপুনি তেতিয় বপথাৰত মাটি আছিল বুলিও কৈছিল। মই আপোনাৰ কথাকে সাৰ মানি বৰপথাৰলৈ আহি ইয়াতে পোনতে ত্ৰিশ বিঘ৷ মাটি ললো। প্ৰথম বছৰত মাটি ভাঙি তুলি বেছি খেতি কৰিব নোৱা- ৰিলোঁ। কেই-জোপামান কল আৰু মাটি-কঠালৰ পুলি ৰুইছিলো। কোনে৷ প্ৰকাৰে বছৰটো তৰিলে॥ তাৰেই