সমললৈ যাওক

পৃষ্ঠা:আদি-কবি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰীৰ জনা পুথিভঁৰাল হঠাতা :- অপ্রযো গুহাটা - আদি কবি। প্রথম অঙ্ক প্রথম দৃশ্য— ( গোলোক ) ( সৰস্বতী অকলে অকলে —হঠাৎ কিবা এটা মনত পৰা ভাবেৰে ) সৰস্বতী—অ' আটাই বিলাক নক্ষত্রতে লাহে লাহে কাব্য আদি ললিত কলাৰ প্ৰচলন হল : মাত্র মানৱ লোকত বাকী। মৰ্ত্তালোক বিধাতাৰ নতুন সৃষ্টি; তাত অধিবাসী থাপিছে দেৱতা প্রায় এক শ্ৰেণীৰ প্ৰাণী । মনু সিহঁতৰ প্রতিষ্ঠাতা। সেই কাৰণে সিহঁতক মানৱ বোলে । প্ৰজা- পতিয়ে সিহঁতক সুন্দৰ বুদ্ধিবৃত্তি দিছে । ম‍ই মই তাত সকলোবিলাক ললিত কলাৰ প্ৰচলন কৰাম। ঠিক কথা, ব্ৰহ্মাৰ সৃষ্টি—কলাও প্ৰচাৰ কৰিব লাগিব ব্ৰহ্মাৰ হতু- ৱাইহে । প্ৰথমতে প্ৰচাৰ কৰিব লাগিব কাব্য ; তাৰ