পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/9

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৭ ]

দ  ্য দ্য বিদ্যা, বাদ্য, পদ্য।
ধ  ্য ধ্য বাধ্য, আৰাধ্য, অসাধ্য, ধ্যান।
ন  ্য ন্য অন্য, বন্য, কন্যা।
প  ্য প্য সাৰুপ্য।
ব  ্য ব্য দিব্য, ব্যাধি, ব্যাস।
ভ  ্য ভ্য সভ্য, অসভ্য, লভ্য।
ম  ্য ম্য ৰম্য, দম্য, সম্যক।
য  ্য য্য ন্যায্য, সাহায্য।
ল  ্য ল্য বাল্য, মাল্য, শল্য।
শ  ্য শ্য অৱশ্য, বৈশ্য।
ষ  ্য ষ্য মনুষ্য, শিষ্য।
স  ্য স্য তপস্যা, ৰহস্য, শস্য।
হ  ্য হ্য সহ্য, বাহ্য, দাহ্য।
ক্ষ  ্য ক্ষ্য ভক্ষ্য, অভক্ষ্য।

 

সজ বাক্য সকলোৱে ভাল পায়।
বেয়া কাম কৰিলে আখ্যাতি হয়।
আৰোগ্য সকলো সুখৰ মূল।