পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/8

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৬ ]

পঢ়োতে সকলো কথা স্পষ্টকৈ মাতিবা।
জনা মানুহে আপোনাৰ গুণৰ আস্ফাল নকৰে।


 

যকাৰ।

ব্যঞ্জনত য যোগ কৰিলে যৰ এই  ্য গঢ় হয়

ক  ্য ক্যবাক্য, শাক্য, চাণক্য।
খ  ্য খ্যসংখ্যা, খ্যাতি, অখ্যাতি।
গ  ্য গ্যভাগ্য, আৰোগ্য।
চ  ্য চ্যবাচ্য, অবাচ্য।
জ  ্য জ্যৰাজ্য, পূজ্য।
ট  ্য ট্যনাট্য, বাট্যাল।
ঠ  ্য ঠ্যশাঠ্য, পাঠ্য।
ড  ্য ড্যজাড্য।
ঢ  ্য ঢ্যআঢ্য।
ণ  ্য ণ্যপুণ্য, অৰণ্য, নৈপুণ্য।
ত  ্য ত্যসত্য, কৃত্য, অপত্য।
থ  ্য থ্যপথ্য, অপথ্য ।