পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/8

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৬ ]

পঢ়োতে সকলো কথা স্পষ্টকৈ মাতিবা।
জনা মানুহে আপোনাৰ গুণৰ আস্ফাল নকৰে।


 

যকাৰ।

ব্যঞ্জনত য যোগ কৰিলে যৰ এই  ্য গঢ় হয়

ক  ্য ক্য বাক্য, শাক্য, চাণক্য।
খ  ্য খ্য সংখ্যা, খ্যাতি, অখ্যাতি।
গ  ্য গ্য ভাগ্য, আৰোগ্য।
চ  ্য চ্য বাচ্য, অবাচ্য।
জ  ্য জ্য ৰাজ্য, পূজ্য।
ট  ্য ট্য নাট্য, বাট্যাল।
ঠ  ্য ঠ্য শাঠ্য, পাঠ্য।
ড  ্য ড্য জাড্য।
ঢ  ্য ঢ্য আঢ্য।
ণ  ্য ণ্য পুণ্য, অৰণ্য, নৈপুণ্য।
ত  ্য ত্য সত্য, কৃত্য, অপত্য।
থ  ্য থ্য পথ্য, অপথ্য ।