পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/16

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৪ ]

তুমি সদাই প্ৰসন্ন থাকিবা, বিষন্ন নহবা।
যত্ন কৰিলে ৰত্ন পায়।
স্বপ্নত দেখা কথা সঁচা নহয়।
নিম্ন দিশলৈহে পানী যায়।
প্ৰশ্নৰ উচিত উত্তৰ দিবা।
নিতে স্নান কৰিবা।
দিনৰ আগ বেলাক পূৰ্ব্বাহ্ন বোলে।
লৰাকালত বুদ্ধি তীক্ষ থাকে।


 

মকাৰ।

 

ক ম ক্ম ৰুক্মিণী, ৰুক্ম।
গ ম গ্ম বাগ্মী।
ত ম ত্ম আত্মা।
দ ম দ্ম পদ্ম, ছদ্ম।
ন ম ন্ম জন্ম, সম্মত, সন্মান।
ল ম ল্ম শাল্মলী, বাল্মীকি।
শ ম শ্ম শ্মশান।
ষ ম ষ্ম ভীষ্ম, গ্ৰীষ্ম।
স ম স্ম স্মৰণ, স্মৃতি।
হ ম হ্ম ব্ৰহ্ম, ব্ৰাহ্মণ।