এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দ্বিতীয় অঙ্ক
প্ৰথম গৰ্ভাঙ্ক
[ দ্বাৰকাৰ ৰাজসভা। বসুদেব, উগ্ৰসেন, উদ্ধব, দাৰুক, সাত্যকী, কৃতবৰ্ম্মী, নাৰদ ইত্যাদি বহি থাকে। ]
| নাৰদ— | যদুৰাজ! যাদব সকল! |
| বসু— | কুশল সবাৰো ঋষিৰাজ! |
| উগ্ৰসেন— | ঋষিৰাজ! |
| উদ্ধব— | হে দেবৰ্ষি! |