এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
[১ম অঙ্ক
অৱসান
সেয়েনেকি সখি মোৰ— |
[ নাৰদকলৈ বৃন্দাৰ পুনঃ প্ৰবেশ।
নাৰদে ৰাধাক সেৱা কৰে। ]
| নাৰদ— | ক্ষমিবা জননী! |
| ৰাধা— | উঠা ঋষিৰাজ! |
| নাৰদ— | কিবা হেতু দয়াময়ী ভুলোৱা দাসক! |
| ৰাধা— | যোৱা ঋষিৰাজ! মনোবাঞ্ছা পূৰ্ণ হোক। |