এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
[১ম অঙ্ক
অৱসান
কাৰ ই মুৰুলী সখি? কোনে ৰায়! |
| বৃন্দা— | সৌৱা ললিতা! [ লখিবোৰ লৰি ৰাধাৰ কাষলৈ যায়। ] আনা ফুল! গাঁথা মালা! [ সখি বিলাকে ফুলেৰে সজায় ] |
| ৰাধা— | কিয় সখি উল্লাসী ইমান! |
| বৃন্দা— | সচাকৈয়ে সখি— |
| ৰাধা— | সেই হেতু উল্লাসী ইমান! |
| বৃন্দা— | কৃষ্ণ বিনে এনে সুৰ কোনেনো বজায়! |
| ৰাধা— | স্থিৰ চিত্তে শুনা সখি— |