এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অৱসান।
ভাৱৰীয়া সকল।
পুৰুষ। শ্ৰীকৃষ্ণ, বলোৰাম, বসুদেব, উগ্ৰসেন, উদ্ধৱ, দাৰুক, সাত্যকী, কৃতবৰ্ম্মা, নাৰদ, আয়ান, নন্দ, শ্ৰীদাম, সুদাম, সুবল, শাম্ব, বৃহদ্ভানু, সুভানু, কামদেব আদি যদুবালক সকল, জৰাব্যাধ, ভিকহু, দূত, দুৱৰী, প্ৰহৰী, চোঁৱৰী, বাটৰুৱা ইত্যাদি।
তিৰোতা। শ্ৰীৰাধিকা, যশোদা, ৰূক্মিনী, সত্যভামা, বৃন্দা, ললিতা, বিশাখা, ইন্দুমতী, শয়ন্দ্ৰী, ৰেৱতী, শ্ৰীৰাধাৰ সখি সকল, অপেশ্বৰী সকল ইত্যাদি।
⸻