এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
[ ১ম অঙ্ক
অৱসান
কত যত্ন—কত আদৰেৰে— |
[ শ্ৰীকৃষ্ণৰ প্ৰবেশ ]
| শ্ৰীকৃষ্ণ— | এইয়া যে ইয়াতে প্ৰিয়ে! |
| শৈয়ন্দ্ৰী— | কিয় প্ৰভো উদ্বেগত, ৰাখিছিলা দাসীক তোমাৰ; |
| শ্ৰীকৃষ্ণ— | কিয় প্ৰিয়ে কৰা অভিমান? |
| শৈয়ন্দ্ৰী— | দণ্ড যদি বুলিছা নিজেই— |