এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭ম গৰ্ভাঙ্ক ]
১৩৫
অৱসান
| জৰা— | সৌটো দেখোন কিবা ৰঙা সৌ গছ জোপাত! নিশ্চয় [ ধেনুত কাড় জুৰি মাৰে আৰু কৃষ্ণ পৰি যায়। ব্যাধ লৰি ওচৰলৈ যায়। ] সৰ্ব্বনাশ! কি কৰিলোঁ! ক্ষমা কৰা দয়াময়! |
| শ্ৰীকৃষ্ণ— | একো দোষ নাই কৰা তুমি। [ জৰা ব্যাধে ঐকৃষ্ণৰ চৰণত পৰি দেহত্যাগ কৰে। ] যোৱা ভক্ত! |