এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ষষ্ঠ গৰ্ভাঙ্ক ]
১৩৩
অৱসান
আয়ুকাল পূৰ্ণ হলে |
[ বলোৰামৰ প্ৰবেশ। ]
| বলো— | ইকি খেলা ভাই! |
| শ্ৰীকৃষ্ণ— | প্ৰপঞ্চ মায়াৰ মাত্ৰ ই বিশ্ব সংসাৰ। |
[ শ্ৰীকৃষ্ণ বলোৰামৰ আলিঙ্গন। ]
| বলো— | যোৱা ভাই!
[ শ্ৰীকৃষ্ণৰ প্ৰস্থান। বলোৰাম যোগাসনত বহে। ] তুমি অবিহনে |