এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭১
দাইটিৰ গুৰুত্ব নাই সেইবোৰত চিনেমাত মগ্ন।
খুৰিটিয়ে বোলে ঠগ্ৰামি দোকানি ৰহ আজি ওলাই লও।
চিনেমা শেষত সকলো ওলাই বাছলে ঢাপলি মেলিছে। পিছে খুৰিটিয়ে মেখেলা কোঁচাই দোকানিক দিয়েই কাটৌপকে।
“অই শগুনেখোৱা তোক মই মৰটন দিৱলে ক’লো কাৰ মুৰাটো দিলি? দে পইছা ঘূৰাই দে মোক এতিয়াই”
দোকানীয়েও জকজকাই উঠিল। “হেহ। মোক মাৰিব আহে। নিজেই মাৰ্বল গুটিবোৰ দেখাই খুজি থকা নাছিল নে দে মাইটাল গুটি বুলি কৈ কৈ?”
অকণে গৈ যেনিবা বুজাই মেলি খুৰিক গাড়ীত তুলিলে।
(আমাৰ খুৰিটিয়ে আকৌ মৰটনক মাইটাল কয় দোকানীয়ে কি জানে। ভাবিলে মাৰ্বল লাগে দিলে মাৰ্বলকে বান্ধি।)