এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কথাটো বুজা যায়। ১৯৫১-৭১ কালছোৱাত, ৰাজ্যখনত অসমীয়াভাষীৰ সংখ্যানুপাত শতকৰা ৬০ ভাগতকৈ বেছি; ব্ৰহ্মপুত্ৰ উপত্যকাত শতকরা ৭০ ভাগতকৈ বেছি। বৃটিছৰ যুগত, আনকি সম্ভৱতঃ স্বাধীন আহোম ৰাজ্যৰ যুগতো, এই অনুপাত ইমান উচ্চ নাছিল। নৈবোৰ লগ লাগি যেনেকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ সৃষ্টি কৰিছে, তেনেকৈ বহু ভাষাগোষ্ঠীৰ সারণি-২ (ক) অসম ৰাজ্যৰ জনবিন্যাস (হাজাব) : ১৯৭১ ভাষাভাষী সংখ্যা শতাংশ অসমীয়া ৮৯০৫ (0.5) থলুৱা জনজাতি ১১০০ (9.0) মৈতে / বিষ্ণুপ্রিয়া ১২১ (0.8) বাংলা ২৮৮২ (১১.৭) নেপালী 800 (2.8) ওড়িয়া ১৫০ (3.0) হিন্দী ৭৯২ (0.8) অন্যান্য ৩২১ (2.0) 14625 (100) ভাষাভাষী অসমীয়া বাংলা ওড়িয়া (খ) ব্ৰহ্মপুত্ৰ উপত্যকার জনবিন্যাস (হাজার) : ১৯৭১ হিন্দী অন্যান্য * মুঠ জনসংখ্যা সংখ্যা শতাংশ ৮৮৪৪ (95) (12) ১৩৩ (>) (a) ১৪১০ (১১) (100)
- জনজাতীয় ভাষাভাষী সকলৰ সংখ্যা বেলেগে দেখুৱাব পৰা নগ'ল। উপৰোক্ত মুঠ জনসংখ্যাৰ
শতকৰা ১০.৭ ভাগ অনুসূচিত জনজাতিৰ মানুহ । 8Q