কিমান হ'ব পাৰে ? আঞ্চলিক জাতীয় সত্তা বিপন্ন ? আজি আমাৰ সমুখত থকা প্ৰশ্নটো হিন্দু-মুছলমানৰ নহয়; বাংলাভাষী-অসমীয়া ভাষীৰো নহয়। ১৯৫১ চনৰ পিয়লত উপস্থিত অসমৰ অধিবাসীসকল আৰু তেওঁলোকৰ সন্তান-সন্ততিৰ নাগৰিকত্ব লৈ কোনো প্রশ্ন উঠা নাই। ১৯৭১ চনৰ পিয়লত উপস্থিত অসমৰ অধিবাসী সকলৰ একাংশ সম্পৰ্কে ৰাইজে প্রশ্ন কৰিছে কিয় ? অন্তর্বর্তী কুি বছৰত বাংলাদেশ আৰু নেপালৰ পৰা নতুন জনাগমনৰ ফলত অসমৰ জনসমাজৰ আভ্যন্তৰীণ ভাৰসাম্য, থলুৱা সংস্কৃতি আৰু আঞ্চলিক জাতীয় সত্তা বিপন্ন হোৱাৰ উপক্ৰম হৈছে বুলি ভাবি ৷ এতিয়া দেখা যাওক, তেনেকৈ ভাবিবৰ থল আছে নে নাই। আমি এই বিষয়ে সাপ্তাহিক নাগৰিক ৬ মার্চ সংখ্যাত প্রকাশিত প্রবন্ধটিৰ জৰিয়তে বিতংকৈ আলোচনা কৰিছোঁ। আকৌ কৰা য’কা সারণি-১ অসম ৰাজ্যৰ জনসংখ্যা- ১৯৩১ ৭১ (ৰাজ্যৰ বৰ্তমান পৰিসীমা ) ভাষাগোষ্ঠী ১৯৩১ ১৯৫১ ১৯৭১ (হাজার) শতাংশ (হাজার) শতাংশ (হাজাব) শতাংশ অসমীয়াভাষী ১৯৮৪ (36) ৪৯৪৬ (12) ৮৯০৫ (61) বাংলাভাষী ১৬৭২ ( 30 ) ১৬৮৫ (21) ( 20 ) ১৯০৫ (08) অন্যান্য মুঠ জনসংখ্যা ৫৫৬১ ১৩৯৮ (১৭) ২৮৩৮ (১০০) ৮০২৯ (১০০) ১৪৬২৫ উৎস:- Census of India Series Assam, 1971, part II C Social and Cultural Tables, Assam, 1961, III, Social and | Cultural Tables: Statistical Handbook of Assam, 1978 ইত্যাদি। (১৯) (100) বর্তমান অসম ৰাজ্যখনৰ ভিতৰত ১৯৫১-১৯৭১ এই একুৰি বছৰত অসমীয়া ভাষাভাষী মানুহৰ সংখ্যা শতকৰা ৮০ ভাগ বৃদ্ধি পাইছে— প্রধানতঃ জন্ম-হাৰ উচ্চ হোৱা বাবে আৰু মৃত্যুহাৰ কমি যোৱা বাবে। এই স্বাভাৱিক বৃদ্ধিৰ হাৰেই আনুমানিক
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৪৫
অৱয়ব