সমললৈ যাওক

পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনন্দৰাম ঢেকিয়াল ফুকন কুৰিবলৈ সেই- গৈছিল। দৰাও ঘৰ পালে, ধুমুহা ও আৰম্ভ হল। দেখি এই ডাঙৰকৈ পতা আয়োজন একেবাৰে হ্ৰাস পালে। তথাপি কিন্তু শোকৰ বিষয়, সেই বিয়াৰ কাম সূচাৰু ৰূপে সমাধা হ'ল। ক্যাৰ ইয়াৰ অলপ দিনৰ পিছতে মৃত্যু হল। ( আনন্দৰাম প্ৰকৃত গৃহহা হল। তেওঁৰ পূৰ্ব্বৰ সম্পত্তি ভালেখিনি কমিল। তেওঁ উপায় বিগাৰ আইন ব্যবসাৰকে কৰিবলৈ ঠিক কৰিলে। এই ভাবি আনে পাঢ়বলৈ লাগিল। সেই সমগ্ৰতে চন্দ্ৰসেন তাঁড়ালা কাকতি নামে এখন দেশীয়লোক গুৱাহাটীত প্ৰধান সদা মিন আছিল। তেওঁ প্ৰাচীন লোক আছিল। বিচাৰ বিষয়ত তেওঁ নিপুণ আৰু আইনৰ নিয়ম ভালকৈ জানিছিল। সোমদত্ত কটকী নামে এজন ভৰলুমুখতে থকা দেশীয় লোক আৰু মাধৱমান ৰাজখোৱা মুঞ্চিপ আছিল। দেৱবৰ বৰদলৈ সদৰাসন আৰু লক্ষ্মীদত্ত কটকী সৰাসাৰ মুঞ্চিপ আছিল। এই সকল বিচাৰপতিয়ে তক্তাপেছত বহি গাৰুত আউজি আৰু কেতিয়াবা কাছাৰাত কাম কৰি থাকোতেই তামোল-চাল খাই বৰ সন্তোষ মনেৰে মকদমাৰ বিচাৰ কৰিছিল। তেতিয়া আমোনাৰিলাকে জবানবন্দী কৰে। মেথী আৰু জেনকিন্স ছাহাবে আনন্দৰামক প্ৰধান সদৰামিনৰ ওচৰত বহি আইন আৰু আদালত নিয়ম কাৰণ শিকিবলৈ কলে। তেতিয়া ইংৰাজী জন্য লোক গুৱাহাটীত নিছেই তাকৰ। হয়গ্ৰীব আধৱৰ দেৱণীয়া আৰু লক্ষীবল্লভ গোস্বামীৰ সেই দেৱাৰ সেৱা চলোৱা সম্পৰ্কে এটি ডাঙৰ মোকদ্দমা আছিল। সেই মোকদমাক্ত ফুকনে দেৱলীয়াবিলাকৰ কাগজ পত্ৰ চাই-চিতি দিছিল।) এইদৰে সহায় কৰোতে তেওঁ কোনো পুৰস্কাৰ বা টাকা-কড়ি নলৈছিল। কেলে ক্ষতি হোৱাৰ ফালেহে তেওঁ সদায় সহায় আৰু মন কৰিছিল। ইংৰাজী ১৮৪৬ ছনত শিৱসাগৰৰ পৰা “অৰুণোদই”