বিষয়-বাব আৰু মৃত্যু 22 কাম মাকে মাহিন্দ্ৰাক পাবে মানে শিকাইছিল। তেওঁলোকৰ ঘৰলৈ অনেক দেশী-বিদেশীয় কোনো উৎসৱ আদি হলে নাইবা এনেয়ে সদাৰ আহিছিল। সেইসকলক পিতৃ-মাতৃৰ আদেশ অনুসাৰে যথাযোগ্য শুশ্ৰূষা কৰিছিল। তেওঁৰৰ সৎ-স্বভাৱৰ আৰু চোকা বুদ্ধিৰ ছোৱালী আছিল। বিহকে শিকাৰ তাকে তৎক্ষণাত শিকি পেলাইছিল। তেওঁৰ সঙ্গ স্বভাৱৰ কাৰণে সকলোৱে তেওঁক ভাল পাইছিল। মহিন্দ্ৰী ক্ৰমে ডাঙৰ হলত নাক-দেউতাকে বিৰাৰ কাৰণে চিত হল। তেওঁৰ বিয়াৰ প্ৰস্তাব কেইবা ঠাইতো হল, কাকো দিন বোলা নাছিল। আনন্দ ৰাম কলিকতাত থাকোতেই কোনো কোনোৱে তেওঁৰ সৈতে বিন্না ঠিক কৰিবলৈ কৈছিল, পাছে ৰূপৱতী, তেনে গুণবতীও আছিল। একো নহল। মাহিন্দ্ৰী যেনে তেওঁৰ ৰূপৰ দৰে এটি পৰা পাবলৈ ইচ্ছা কৰিছিল আৰু সেইবাবে বৰ যত্নও কৰিছিল। ফুকনৰ ঘৰৰ প্ৰতি কোনো লোকৰ হলে ভাব আছিল যে তেওঁ- বিলাকে ইংৰাজৰ দৰে ব্যৱহাৰ শিকিছে, সেইবাবে তেওঁবিলাকে জাতি- পশুপতি ফুকনৰ কন্যা মাহিন্দ্ৰীক আনন্দৰাম ধৰ্ম্ম সম্পৰ্কে হীনতা পাইছে। ফুকনলৈ প্ৰস্তাৱ কৰা হল। এই প্ৰস্তাৰ হোৱা মাত্ৰে ৰাজগুৰু ফুকন অন্তৰেৰে বৰ সন্তুষ্ট হল। প্ৰথমে তেওঁ একো সিদ্ধান্ত কৰা নাছিল। ৰাজগুৰু ফুকনক কোনো কোনো মানুহে ভিতৰুৱাকৈ নিষেধ কৰিছিল। আনন্দ- ৰাম ফুকনে পৰশুৰামৰ ঘৰলৈ যাওঁতে প্ৰায়েই মাহিদ্ৰীক দেখিছিল। তেওঁৰ বিশ্বাসী বন্ধু পৰশুৰামেও তেওঁৰ ৰূপ-গুণৰ কথা কৈছিল। ফুকনে আম্বোপান্ত শুনি বিয়াত মন দিলে। আনন্দানৰ জন্ম হোৱাৰে পৰা ৰাজগুৰু ফুকনে তেওঁক দেখিছিল। গুৱাহাটীত থকাত আৰু কলিকতাত থাকোতে তেওঁৰ সঙ্গ চৰিত্ৰৰ কথা ভালকৈ জানিছিল। সেইদেখি তেৱোঁ এই বিধাত অমত নহগ। ৰাহি-ঘোড়া চোওয়া হল,
পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/৩১
অৱয়ব