আনন্দৰাম ঢেকিয়াল ফুকন ইন্দ্ৰবংশীয় বা আহোম ৰজাসকল আৰ্য্য নাছিল। তেওঁবিলাকৰ অতি পূৰ্ব্বে বেলেগ ধৰ্ম্ম আছিল। শিৱসিংহ স্বৰ্গদেৱৰ দিনৰ পৰাই সেইসকলে পুৰণি আচাৰ পৰিত্যাগ কৰি বৈদিক ধৰ্ম্ম ললে। হিন্দু বিলাকৰ পৰে, তেওঁবিলাকৰ গুৰু পুৰোহিত আবাক হ'ল। বাই পৰ্ব্বতীয়া গোস হিত দীক্ষা গ্ৰহণ কৰিলে। গৌতম গোত্ৰৰ এঘৰ বামুণ উজনিত আছিল। সেই থথকে জাই পুৰোহিত কৰি লে পুৰো- তিত হোৱাৰ বাবে তেওঁবিলাক ৰাজগুৰু চল, আৰু ক্ৰমে ৰাজগুৰু ফুকন নামে জনাজাত হল। ৰাজগুৰু ফুকনৰ ঘৰৰ পশুপতি ফুকন যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি কমিশুনাৰ ছাতা ৰেভিনিউ বিভাগত লাখোজ পঞ্চায়ত হৈছিল। কিছুদিনৰ মূৰ্ত তেওঁৰ পত্নী কমলেশ্বৰী ফুকননীৰ চন্দ্ৰী অক মাহিন্দ্ৰী নামে দুটা কন্যা লৈ গুৱাহাটীলৈ আহিল। ইয়াত তেওঁলোকৰ দূৰ্গাচন্দ্ৰ নামে এটি পুত্ৰ আৰু ব্ৰজসুন্দৰী নামে এটা কন্যা জন্মে। পশুপতি ফুকনৰ ঘৰ পাণ আৰু গোবিন্দৰাম নাৰ্জীৰৰ ঘৰ এওঁৰ ঘৰৰ দোকান আৰু বিদেশী আমোলা থকা ঠাই। বজাৰত। মাধববান বড়া ওচৰ। পাণবজাৰতে অনেক পশুপতি ফুকন বৰ সঙ্গ, সদায় পূজা ব্ৰত কৰিছিল। প্ৰায় সদায় মানুহক মাতি খুউৱা-ধুউৱা, ঘৰৰ বস্তু-ৰ চানি ফুকননীয়ে জানিছিল। চন্দ্ৰীক দৃঢ় আৰু শান্ত স্বভাৱৰ লোক আছিল। কোনো পৰ্ব্ব উপলক্ষে আৰু এনেয়েও খুউৱা-ধুউৱা কৰিছিল। আলহীক চা চিকুনকৈ য'ৰ বস্তু, তত থব লক্ষ্মীদত্ত বৰকটকী মুঞ্চিপৰ নুমলীয়া পুতেক হোমেশ্বৰ কটকীয়ে ৰিয়া কৰালে। মাহিন্দ্ৰী সৰুৰে পৰা ঘৰত থাকি পিতৃ-মাতৃৰ বয়সোচিত সহায় কৰিছিল আৰু নৃতাটা, তাঁত বোৱা ইত্যাদি কাম শিকিছিল। তেতিয়াৰ দিনত ছোৱালীবিলাকে লিখা-পঢ়া, বেজীৰ ককাম, লাগতিয়াল কাম বুলি নাভাবিছিল। পূজা-সেৱা কৰা, ৰন্ধা-বঢ়া কৰা ইত্যাদি
পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/৩০
অৱয়ব