আ কোচ ৰা ১৬৩ য়েক লক্ষ্মীনাৰায়ণৰে সৈতে যুক্ত পাতি তেওঁক যুদ্ধত এটাই দেশান্তৰিত কৰে। তাৰ পাচত, উপাৰে উত্তৰ গুৱাহাটীত তেওঁ এখন নতুন নগৰ পাতিছিল; তাৰ চিন আলিকোপতি দেখিবলৈ পোৱা যায়। ১৬০৮ জাত, পৰীতিনাৰায়ণে তেওঁৰ জীকে মনলৈ ৰাজকুমাৰীক আহোম ৰজা চুফো স্বৰ্গদেৱলৈ বিয়া দি পূৰ্বৰ মিত্ৰতা দৃঢ়ভৰ কৰে। (১) মুছলমানৰ আক্ৰমণ আৰু কোচ ৰাজ্য দখল-ভতিজাৰ পৰীতি- নাৰায়ণৰ হাতত অপমানিত হৈ, আৰু আহোম জাপৰ সহায় নাপাই, ঐঃ ১৬১২ চনত, লক্ষ্মীনাৰায়ণ দিৱীৰ পাছাৰ ওচৰত সহায় খুজিবলৈ ভটিয়াই যায়। পৰীক্ষিত- নাৰায়ণ সেই কত ভয় পাই, তেৱো দিল্লীলৈ গৈ সম্ৰাটৰ শৰণ মাগিলে। পিছে, জাহাৰি পাটছাই, লক্ষ্মীনাৰায়ণ আৰু পৰীক্ষিতনাৰায়ণ দুইকো বুই-বই। ৰাজ্যলৈ উলটি আহি মিলা-প্ৰীতিকৈ ৰাজ কৰিবলৈ উপদেশ দি বিদায় দিলে; কি ধৰাজ্যলৈ উলটি আহোতে বাটতে ত্ৰিবেণী তীৰ্থত পৰীক্ষিতে অত্যাগ কৰে। পৰীক্ষিত নাৰায়ণৰ মৃত্যুৰ বাতৰি পাই ঢাকাৰ নবাবে তেওঁৰ ৰাজ্য আক্ৰমণ কৰিবলৈ গা-চালি নি আগ বাঢ়িলে। পৰীক্ষিতৰ মন্ত্ৰীয়ে তাৰ সম্ভে পাই সম্ৰাটক সকলে। বৃত্তান্ত জনাৰলৈ বুলি নিজেই দিল্লীলৈ যাত্ৰা কৰিলে। কিন্তু, ইফালে নবাৰে পৰীক্ষিত- নাৰায়ণৰ ৰাজ্য আক্ৰমণ কৰিবলৈ সৈন্য পঠিয়ালেই। দেশত ৰা নাই, মন্ত্ৰী নাই, ৰাৰ পুতেক বিজিনাৰায়ণ নাবালক, ৰজাৰ ভায়েক বলিতনাৰায়ণ ৰাজকাৰ্যত লৈ আহিছে, এনে হেগতে মুছলমান সেনাই অতি সহজে, ঐ ১৬১৩ চনত, কোচৰাজ্য সম্পূৰ্ণ দখল কৰি ললে। মুলমানৰ ৯ম আক্ৰমণ বা কলিয়াবৰৰ ২য় ৰণ:-মুছলমানে দেশ জয় কৰাৰ বাৰ্তা পাই, ইফালে বলিতনাৰায়ণে বাজে-বাজে উজনিলৈ গৈ আহোম যা চুচেংফা বা প্ৰতাপসিংহ স্বৰ্গদেৱত সহায় ভিক্ষা কৰিলে (২)। স্বৰ্গদেৱে তেওঁৰ প্ৰাৰ্থনামতে এজাক বৰ তেজী সৈন্য পঠিয়াই কলিয়াবৰত মুছলমানক যুদ্ধত ঘটাই, বলিলাৰায়ণক ধৰ্মনাৰায়ণ নাম ডি, ১৬১৪ চনত দৰত আহোম ৰজাৰ কৰ-কাটলীয়া বা পাতে। ৫১) বিল (ক) “সিজনাৰায়ণৰ বংশাৱলী” পুথি; | খে, sir Edward Gait "History of Assam" Page ০৭, • মিলনায়হানুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত “কামৰূপৰ বুৰঞ্জী, ১০-১১ পৃষ্ঠা। (২ -“বোল নৃপতি জেন্টো আমি খাই। আপনে কি নেদৰো পাই। পাত্ৰ-মন্ত্ৰী সমধিতে চলিল নৌকাত। বৰ্গ-নৃপতি স্থানে ভৈল সাক্ষাৎ। নাৰায়ণৰাজা দেখিলাবেন। আগাটি লিখিবিলা তেমন। ইলি পাচেল ছিল। পাতে লিখতেছি। ” -হেমচ গোমী সম্পাতি-ৰং ৰাজবংশাৱলী" ১৯৭ পৃষ্ঠা।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪৯
অৱয়ব