পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী তোৰ ৰূপে অলঙ্কাৰ শোতে আতিশয়। কমল প্ৰকাশে যেন ববি উদয়॥ জগতৰ ৰূপণ একত্ৰ কৰিল। অনেক প্ৰবন্ধে তোক বিধিয়ে গঢ়িল।" এই অৰণ্যকাণ্ডবে প্ৰথম অধ্যায়ত উৰ্মিলাৰ বৰ্ণনাও অতি মনোন- “আপোনাৰ জীউ আছে জনক ৰাঞ্জাব। কনিষ্ঠা উম্মিলাি নানে বহিণী আমাৰ॥ ত্ৰৈলোক্য মোহিনী কন্যা মহা ৰূপৱতী। সুন্দৰ নাসিকা দন্ত মুকুতাৰ পান্তি। মৃণাল যুগল বাহু কুশ মধ্য দেশ। কমল নানী আতি আকুঞ্চিত কেশ। কলিকো জিনিয়া অধৰ ৰুচিকৰ। মুখ পৰ্ন সস॥ কত কুণ্ডল কনুষ্ঠ মনোহৰ। উন্নত কঠিন ঔন ত্ৰিবলি উদব॥ গলে গজমুক্তা শোতে সাহসৰি হাৰ। বাহত গুণ টাড় বলয়া সোণৰ॥ পত্নৰ শলা সম আঙ্গুলিব পান্তি। আঙ্গুঠি উস্কেল নখ-চন্তে কৰে কান্তি। ও ঘো মনোহৰ উৰু চেন ৰামকল। মন নুপুৰে শোভে শণ বুলি। চম্পাব পাৰি সম অঙ্গুলিব পান্তি। উৰ্দী ঔফল নখ মণি কৰে কান্তি। আৰকত পনহস্তে প্ৰকাশে মালে। শৰীৰ কান্তিএ চন্দ্ৰ কৰি ঝলে॥ চিত্ৰকলা সম বা শগেন্দ্ৰ গমন। লক্ষ্মীসম ৰূপে-গুণে মোহে মুনিগণ॥” মনস্তত্ত্বমূলক কৰ্ণনাতে মাধৱ কন্দলীসিদ্ধহস্ত আছিল। অযোধ্যাকাগুত বাম দশৰথৰ পৰম্পৰ ওপৰা-উপৰি থাৰ বৰ্ণনা - বুলিলন্ত বানে, শীঘ্ৰে ৰখান ডাক।” নাডাকিবি কথ” দেশ-থে সে হকি॥ না, থাক ঞ্জাক, ডাক ডাক ডাক, উথলিল দুই বোল। সুমন্ত্ৰ মন্ত্ৰী, মন দেধা ভৈল, হয় চিত্ত আন্মোল॥" এই একেদৰেই বিভৎস বা হাস্যৰসৰ বা অৱতাৰণাতে মাধৱ কন্দলী হীন নাছিল, সুন্দৰাকাগুৰ ৮ম-৯ম অধ্যায়ত দিয়া বাঞ্চৰ বৰ্ণনা :- "হতি চিমালিক বিহড়া সোগা। বিকৃত খসুৱা লালি গণ্ডা কুয়া খোৰা। অন্ধলাৰ কান্ধত পেত্ন যাই চড়ি। পেঙ্গুৱাৰ উদ্দেশে অহলা কাঢ়ে ভৰি॥ কতো কুল কতো বোবা কতো গেটি কলা। কতেহো নাঙ্গা সেভা কুলীয়া শোলা। চালিয়া বিলুনিয়া পিহূৈয়া কতো গোধা। গলণ্ডীয়া কতোহোসুনিয়া জেলা জোধা॥” সুন্দৰাকাৰ চতুৰ্দশ অধ্যায়তে ৰাক্ষনিীৰ বৰ্ণনাও হাঁহি উঠা “শিংশপা বৃক্ষক দেলিন্ত কতোক্ষণে। গুৰি গোটি বেঢ়ি আছে ৰাক্ষসিনীগণে॥ বিকৃত বিভাস কতো পেচাৰ স্বভাৱ। ডেসুৰা স্বভাব তো দেখিতে কুমাৰ।