পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শেষ মধ্যযুগৰ অসমীয়া সাহিত্য > “সূৱযুগ নুত কটাক্ষ ফেন শৰ। চমকিয়া ৰাই গৈল গাখন ওপৰ॥ নীলোৎপল দল সম নয়ন যুগল। দেখি মুনিগণ হোৱে মোহিত সকল॥ নাসা তৈল তিল ফুল কদুলি অধৰ। মুকুতা পকেতি সন্তুপান্তি মনোহ॥ মনোহব তাষিক অধিক বিম্বল। তিনি ৰেখা সমুজ্জ্বল সুশোভিত গল। বাহু দুইখানি তোৰ মৃণলত সৰি। উদৰত বিলি কামৰ সাতৰি॥ হবকোপ-বহি পীড়ে খুজি নাপাই জুৰ। নাভি-সবোৰৰে কামদেৱে দিল বুব। নিজ পুৰ পশি কামে মুদিল দুৱাৰ। উদৰৰ লোম পান্তি ধূম লৈ তাৰ। থR মধ্যদেশ সশ কাল। কাঞ্চিয়ে যতি অতি নিতম্ব বিশাল॥ অমৃতব কূপ সম মন্মথৰ পুৰ। সস জেন ত্ৰাণ প্ৰকাশে প্ৰচুৰ। সুকুমাৰ উৰু ৰামকলীৰ সম। জঙ্ঘা দুইৰ কান্তি আতি দেখি মনোৰম॥ সুপুত গ্ৰন্থি আহি ৰঙ্গা দুই পাৰ। নৱ কিশলয় দল দশ স্বভাৱ।" স্ত্ৰী চৰিত্ৰ আৰু তিকতাৰ ভিতৰ-গতৰ কথা সীতাক এফাকি কথাত মাত্ৰ ব্যক্ত হৈছে ৰামে সীতাক এৰি কনলৈ যাণ খোত - “চম্পক কলিকা যেন মোৰ কলেৱৰ। লুণ্ঠি-ঘূতি আছিলাহা যেহ্নে ভ্ৰমৰ। যেৱে আসি বিকশিত হৈল মুল-মল। উপভোগ এৰি কেন কাঁহা নিল॥” সহ নালাগে, সীতাহবণব পূৰ্ব-মুহূৰ্তত ৰাৱণৰ মুখত অৰণ্যকাণ্ডত সীতাৰ ৰূপৰ যি বৰ্ণনা দিয়া হৈছে, সিও শ্ৰীশঙ্কৰদেৱৰ সুযোগ্য পূৰ্বকবিৰ উপযুক্ত প্ৰাচীন বৰ্ণনা – “তোহোৰ বদন পূৰ্ণচন্দ্ৰৰ উদয়। চামশক বিনিয়া প্ৰকাশে কেশচয়॥ যুগ হলৈ যেন চাপ মনৰ। মনোলে কটাক্ষ কামিল পঞ্চাশণ। কুণ্ডল লবয় দেখি মিলিল বাস। োেণ মুখ দেখি ৰাই গৈল সমীপাশ। যুৱত মোহন কিনো অবব কান্তি। সুপ দাড়িম বীজ দশনৰ পান্তি॥ বদন উপৰে দুই নাৰুন লয়। খান যুগল যেন কালে সয়॥ ললিত বলিত নিৰন্তৰ তন-ভাব। উপৰত পৰি জুলৈ গল্পমতি হাৰ॥ গগনত যেন চন্দ্ৰ-ৰেখা দ্বিতীয়াৰ। আতিশয় ৰয় গঞ্জায় যত তাৰন। ৰাতুল কমল যেন পদতল তোৰ। বলিত অঙ্গুলী যেন চকৰ কোৰ। ত্ৰিবলিত উদাৰ কঙ্কাল আতি সৰু। সাক্ষাত দেথিয়া নে বৰ ডম্বৰু॥ সুবলিত বাহু পীন নিতম্ব জঘন। ৰাতুল ৰণ যুগে মোহে মুনিগণ॥ দেখি তোৰ লীলাগতি হাতি বৰ লাজে। মত্ত গজ গুচি গৈল সৰোবৰ মাঝে॥ ৰত্নকাঞ্চি কঙ্কণ নূপুৰ ৰুণকুণ। জলে পশি থাকিল সকলে হংসগণ॥