পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী “চন্দ্ৰৰ উদয়ে ফেন কুমুদ প্ৰকাশ। বামক দেখিয়া সৰ্পয়নৰ উল্লাস॥ ৰাজ্যৰ পাতন যেন স্বৰ্গব ভুবন। সুপক্ক কদলী কইল বাহিৰে তোৰণ॥ ৰাম সীতা আগমন দেথি সৰ্বলোকে। থানে থানে উৰুলি পায় ঝোকে ঝাকে। থাপিলন্ত গুহ সুবৰ্ণময় ঘট। কন্যাসৱে পাৰিল বাটত নেত্ৰপট॥ হাসনা হাসো কৰে পুৰী যোধ্যা সম্প্ৰতি। নৃত্যগীত বাদ্যে যেন দেখি অশ্ৰাবতী॥" এইদৰেই সুন্দৰাকাণ্ডত লঙ্কাব বৰ্ণনাতো এই পূৰ্ব্বকবিয়ে যথেষ্ট নিপুণতা দেখাইছে, “ লঙ্কাপুৰী দেখিলন্ত ত্ৰিকূট উপৰে। দুতী অস্ৰাৱতী যেন সমুদ্ৰ ভিতৰে॥ বাঘায় বসন্তে অনুকুলে হেব। যড় ঋতু নছাড়ায় কোকিলৰ ৰাৰ॥ ঠাৱে ঠাৱে দেথন্ত বাসে পঢ়ে বেদ। শাস্ত্ৰসৱ পঢ়ন্ত শুনন্ত বিহেল॥ সুৱৰ্ণৰ হংস লছু, তালি চক্ৰবাক। সুৱৰ্ণৰ শৰালি উড়ায় জাকে ফ্লাক॥ সুৱৰ্ণব ময়না ভাটৌ চুটিয়া শালিক। সুৱৰ্ণৰ কপৱতি ফিঞ্চ পুণ্ডৰীক॥ বস্থানে কৌতূহলে ৰাক্ষস মিলিল। কৌতূহলে খেলায় সুৱৰ্ণৰ ঘিলা॥" সেইদৰেই অযোধ্যাকাণ্ডত চিত্ৰকূটত ৰাম-সীতাৰ মনোভাব বৰ্ণনা – বলন্ত সময়ে কাম বালান পান। পুষ্পব দুত আৰোহিয়া পাৰাণ॥ সেনাপতি লৰি ভৈল মলয়ৰ বাৰ। মহা বীনাল ভৈল কোকিলৰ ৰাৱ॥.. পক্ষীণ কৰেছেন বাৰে বাদ্যভণ্ড। নাগেশ্বৰ মূল কাম নৃপতিৰ দণ্ড।... কোকিল প্ৰমৰ পক্ষী মমূৰৰ বাৰে। কাম-ব্যাধি গীড়িয়া নহে মোৰ গৱে॥ দাকিনী নদীত দেখিয়া পক্ষীগণ। সীতাক সম্বুধি নামে বুলিলা বচন॥ ৰাজহংস দেখা শীতা তোমাৰ গমন। চক্ৰবাক যুগল তোমাৰ দুই তন। জনকৰ জীৱ দেখ নদী মন্দাকিনী। তোমাৰ সদৃশ সুশোভিত মধ্যক্ষিণী। চিত্ৰকুট পৰ্ব্বতক দেখিয়োক সীতা। পকা আমে গৌৰবৰ্ণ কবিল টেভি॥ ওপৰত মেঘ যেন দেখিয়োছন। বাঢ়িল নিকলি যেন পৃথিবীৰ তন॥ শিবী ওগৰে মন্দাকিনী ওল। হনক ঢাকিয়া যেন বৰ অঞ্চল॥" এই শেষৰ কেশাৰীৰ লগত কালিদাসৰ পূৰুমেঘৰ অষ্টাদশ শ্লোক তুলনীয় ছয়েপান্তঃপৰিণত মল্লদ্যোতিভিঃ কানাৈ স্বয্যাকড়ে শিখৰমলঃ স্নিগ্ধবেণীসবৰ্ণে। নং যাসত্যম মিথুন-প্ৰেক্ষণীয়ামৱস্থা মধ্যে শ্যামঃ জুন ই ভুবঃ শেষবিৰপাণ্ডুঃ॥” তিতাৰ ৰূপবৰ্ণনাত মাধৱ কন্দলীৰ নৈপূণ্য-প্ৰকাশে বিশেষ মন কৰিবলগীয়া। অবোধ্যা কাগুত সীতাৰ ৰূপ-বৰ্ণনাটি শঙ্কৰদেৱৰ বাম-বিজয় নাটত সীতাৰে আৰু ৰুক্মিণীহৰণ কাব্য আৰু নাটৰ বৰ্ণনাত ৰুক্মিণীৰে তুলনীয় :-