পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী উভয়েই শাক্তপন্থী আছিল বুলি ধৰা অযুক্তিকৰ নহব। কবিয়ে মহাভাৰতৰ এই ভাঙনি কৰিলেও বৈষ্ণৱ ধৰ্মত তেওঁ সম্পূৰ্ণ নিষ্ঠাবান নাছিল বুলি ধৰিব পাৰি, আৰু সেইদেখি এই পথিত থকা “ডাকি বোলা হৰি হৰি”, “ডাকি বোলা বাম বাম আদি ভণিতাৰ “অচ, ফল” অৱশ্যে বৈষ্ণৱ যুগৰ হব লাগিব। পুথিখনিৰ ভাষা হেম সৰস্বতীৰ ভাষাতকৈ সৰল আৰ, সবস।

    • গোত্ৰ হত্যা

পাতকত তৰণ কাৰণ। অশ্বমেধ যজ্ঞ আবভিলা পাগণ॥” ঘটনা! অৰিম্ভ কৰি “অঞ্জন-পত্ৰৰ যুদ্ধে যিমতে মিলিল। জন্মেজয় নপতিক সাৱশেষে কৈলা॥” বলি ৬০৫ ব অধিক পদত সম্পণ কৰা হৈছে। চিত্ৰাঙ্গদাৰ গৰ্ভত অঞ্জন বীৰব পত্ৰবপে বৰুবাহন কেনেকৈ জন্মিবলৈ পালে নিজে কৈছে- কনাকালে আছে মাতৃ-পিতৃৰ ভৰুনে। নত্য-গীত কৰি থাকে সৱে কন্যাগণে॥ একদিনা গীত গাতে তাল ভৈল ভঙ্গ। হেন দেখি বাপৰ মনত বব খ যেৱে স্বৰুপত মই তোৰ হওঁ বাপ। আজি তোক দিওঁ নিদাৰুণ চন্ড শাপ। নিজন গহন বন বলিল যাহাক। গৰু হয় পাপীষ্ঠী তাহাত পৰি থাক। তীৰ্থযাত্ৰা কালে অঞ্জনক লাগ পাইবি। পবৰ স্বৰপ হয়া শাপক এইবি। গোটেই পুথিখনত বৰুবাহনৰ বীৰত্ব আব; মহত্ত্ব, চিত্ৰাঙ্গদা আৰ, উলপীৰ সতীত্ব আদি এনে নিপুণভাৱে বৰ্ণোৱা হৈছে যে পঢ়িলে পৰশঙ্কৰী যুগৰ না যেন অনুমান হয়। “কনা—জয় হৰি কথা বাম। (কমবী) নাজানি ঘোৰা ধৰিলোঁ। বৰ দুখ লঘ; হৈলোঁ।” আদি প্ৰক্ষিপ্ত যেনেই লাগে। অঞ্জনৰ কাষত বহুবাহনৰ অপমানৰ বৰ্ণনা ‘অঞ্জনে বোলয় দব পাপিষ্ঠ দুঞ্জন। কেনমতে ভৈলি তই মোহোৰ নন্দন। কোনোবা বেশ্যাৰ পত্ৰ কেনে আনে তোক। নিচিনি নাজানি কেনে বাপ বোল মোক। গেসে মনুষ্যে লৱে ভয় ক্ষয় কবি। ছাগ বুলি ৰাঘৰ লাঞ্জত দেই জৰী॥ ভয়তে মনয্যে নেবে পাচ্ছে নেৰে বাঘে। তোৰ মোৰ পটন্তৰ ভৈল সেহি ভাগে॥” উত্তৰকাণ্ড ৰামায়ণৰ অন্তৰ্গত লৱ-কুশৰ যুদ্ধ বিষয়ক কোনো অজ্ঞাত কবি এখন পথিও ডিব্ৰুগড়ৰ ভট্টাচাৰ্য্য এজেন্সীৰ দ্বাৰাই ১৯২৫ ত প্ৰকাশিত হৈছে। আগৰ পৰা পৰিলৈ চাৰিশৰ অধিক পদৰ ভিতৰত ক'তো কবিৰ নাম বা পৰিচয় নথকাত বিজ্ঞ প্ৰকাশকে পাণ্ডিত্যৰ আড়ম্বৰ নকৰি “এজন মহাকবিৰ দ্বাৰা ১০৫ প ত আ৫=