পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য-চৰ্চা আৰু সাহিত্য-চৌৰ্য সম্পকে fsaraiya Literature ত আমি ফ্ৰমে ক্ৰমে সেই ভুলবোৰ শৰাই আনিছো। এতেকে সেই পবতীসকলৰ জগত আমাৰ মতৰ মিলতকৈ অমিলেই অধিক। পাছত ‘অসমীয়া সাহিত্যৰ চম, বৰঞ্জী” বুলি ১১৫৭ ত ওলোৱা এখন কিতাপলৈ দুই-চাৰিজন ডেকা বন্ধুৱে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। কিতাপখন মেলি চাই দেখোঁ তাৰ পাতনিত আৰু প্ৰমাণ-পঞ্জীত আমাৰ প্ৰকাশিত কিতাপ- কেখনৰ নাম নিলগকৈ উনত্মািলেও স্বপতে সি আমাৰ (১) আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী", ১৯৩৭, (২) “অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমকি", ১৯৪০, (৩) “অসমীয়া সাহিত্যৰ বুৰঞ্জী" (চম), ১৯৪৭, আৰ, (৪) “অসমীয়া সাহিত্যৰ বুৰঞ্জী" (বহল), ১৯৫৬, পথিকেখনৰ “চম," তঙিৰণ বুলিব পাৰি। উক্ত পুথিৰ ৮ পিঠিত অসমীয়া সাহিত্যৰ যুগ-বিভাগ ঘাইকৈ আমাৰ (৩) পথিৰ যুগ-বিভাগ হবহু। তদুপৰি আমাৰ (২) পথিৰ নিজা উপ-বিভাগবোৰ আমাৰ নিজ নামকৰণে সৈতে তাত লৈছে। অঃ সাঃ বাবঞ্জীত ভূমকি, ১৯৪০ অঃ সাঃ চম, বৰঞ্জী, ১৯৫৭ ২৩ পি প্ৰাক-বৈষ্ণৰ কবিসকল ৩৩ পিঃ প্ৰাকবৈষ্ণৱ কবিসকল ৩০ অনাবৈষ্ণৱ কবিসকল অনাবৈষ্ণৱ কবিসকল অন্যান্য গদ্য লেখকসকল ১১২ অন্যান্য লেখকসকল ১৭ চৰিত-সাহিত্য আৰু বংশালী ১১৩ বংশাৱলী আৰু চবিত বুৰঞ্জী সাহিত সাহিত্য ১১৭ বুৰঞ্জী সাহিত্য অকল একেখন কিতাপৰ পৰাই নহয়, আমাৰ আন কিতাপবো উপবিভাগ- বোৰ নামকৰণে সৈতে যথাৰুমে আৰু একদবেই আছে। আধুনিক অঃ সাঃ বৰঞ্জী, ১৯৩৭ অঃ সাঃ চম, বুৰঞ্জী, ১৯৫৭ ১৭ পিঃ আমেৰিকাৰ বেপটিস্ট ১১১ লিঃ আমেৰিকান বেপটিষ্ট মিশ্যন সমাজৰ যত্ন মিশন, সমাজৰ আগমন ৩৭ ** আধুনিক অসমীয়া সাহিত্যৰ ১২৬ " আধুনিক অসমীয়া সাহিত্যৰ প্ৰকৃত বাট-দেখাওঁতাসকল বাট দেখুৱাওঁতা সকল ৫৬ " পৰণি সাহিত্যৰ পুনপ্ৰচাৰ ১৩০ ** পৰণি সাহিত্যৰ পনচাৰ আধুনিক অসমীয়া কথা ১৪৯ " অসমীয়া আধুনিক নীতিৰ ক্ৰমোন্নতি কথা-সাহিত্য ১৫৪ " অসমীয়া উপন্যাস ১৫২" অসমীয়া উপন্যাস 11 66 ! ১৬

১৮ ১১০ গৰু