পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

go পাৰি। শেষ মধ্যযুগৰ অসমীয়া সাহিত্য বুজিব পাৰি। বৌদ্ধ জাতকমালাব পৰা পৰ্ব চতুৰ্থ শতিকাত চম্পা লা বৰ্তমান ভাগলপৰৰ পৰা সাগৰৰ জাহাজ চলাৰ কথা ভু পাব মেগাখেনিছ আদি গ্ৰীক লেখকৰ বৰ্ণনাত গঙ্গাৰ মখত থকা দ্বীপপুঞ্জ উল্লেখ পোৱা হয়। দ্বিতীয় শতিকাৰ আগছোৱাত কেইবাখনো মুখেদি গঙ্গা সাগৰত পৰা বুলি টলেমীয়ে লিখাৰ পৰা বুজিব পাৰি। ১০০০ খৃঃ পঃ কালত পৰ্বসাগৰত থকা দ্বীপপুঞ্জ ইয়াৰ ভিতৰতে ব-দ্মাপত পৰিণত হৈ মে মূল ভূমিত পৰিণত হব খুজিছে। এইদৰে গঠিত হোৱা সাগৰৰ পাৰৰ নতুন ভূমিখণ্ডই ইয়ান, চোৱাঙে তৃষ্টীয় সপ্তম শতিকাৰ আগছোৱাত পোৱা বঙ্গদেশৰ সমতট। একাদশ শতিকাৰ আলবেনীয়ও এই সমতট পবে থকা দখিণ মৈমনসিংহ, পছিম শ্ৰীহট্ট, কামলঙ্কা (কুমিল্লা) আৰ, নোয়াখালিৰে গঠিত ভূমিখণ্ড তেতিয়া সাগৰৰ গৰ্ভত থকা বুলিছে। পৰেশচন্দ্ৰ বানাচ্ছিয়ে “বাঙালাৰ পৰাক্ত'ত স্পষ্টভাৱে লিখিছে, চৌবিশ পৰগণা, খুলনা, যশোহৰ, নদীয়া, ফৰিদপব, বাবগ, ঢাঞ্জাব কি, অংশ, নোৱাখালি আৰ ত্ৰিপৰা যে সমুদ্ৰব গভ'ত আছিল, তাৰ মাটিয়েই আজিও প্ৰমাণ দিব; পূৰ্ণিয়া, দিনাজপ, মালদহ, ৰাজসাহী, পাবনা, বংপৰ আদি হিলাও অৱশ্যে সাগৰৰ বুকুত আছিল, কিন্তু সি বুৰীয়ে কি পোৱাৰ ওপৰৰ কথা। তেতে বৰ্তমান অসম, ত্ৰিপৰা আৰ, ত্ৰিপৰাৰ পৰ্বতবোৰ তেতিয়াৰ পৰ্বসাগৰৰ পাৰত আছিল, এইটোও ভূ-ততুমুলক প্ৰমাণৰ কথাই হব। ইয়াৰ উপৰিও আঃ ১০৪৯ খঃৰ শ্ৰীহট্ৰৰ ৰজা গোবিন্দ কৈশৱদেৱৰ ভাটে তাম্ৰলিপিত সমদ্ৰক সীমা কৰি দিয়া মাটিৰ বৰ্ণনাই পসাগৰৰ প্ৰমাণ শেষবাৰ সমৰ্থন কৰে। শ্ৰীহট্টতে “বন্দৰ ৰজাক' নামৰ ঠাই এতিয়াও আছে : গতিকে গোপীচন্দ্ৰৰ গীতৰ এই “ক” ৰংপুৰত আছিল আৰু এই গীত সেইদেখি ৰংপুৰৰ ভিতৰতে বচিত বুলি শেষ সিদ্ধান্ত কৰিৰ পৰা হয়। “মইনমতী চখা কাটি ভাত খায়” কথা বুজাবলৈ সুধী সম্পাদকদজনে বৈদিক ভাৰতত তিতাই সূতা কটা আব, কাপোৰ বোৱাৰ উদাহৰণ ৰূপে

  • বেদৰ সক্তকে উদ্ধৃত কৰি এৰা নাই, অসমীয়া তিতাই এতিয়াও এড়ি-

গোৰ সল কটা ভীত-বোৱা আদিৰো উল্লেখ কৰিছে। কিন্তু সুধী সম্পদিকজনে, অসমীয়া ভাষাত অনভিজ্ঞ হোৱা হেতুকে অসমীয়াত সদায় চলি থকা শব্দবোৰৰ অৰ্থেৰে 'শব্দ-টীকা ওন্দাই পেলাইছে; ইমানেই নহয়,