পুথি দুই শেষ মধ্যযুগৰ অসমীয়া সাহিত্য খাগকথা (ক) ৰাজনৈতিক পৰিথিতি। পযাবৰ্মা, শাল আৰু ব্ৰহ্মপালকে আদি কৰি নববংশীয় বজাসকলৰ তিনটি পৰিয়ালৰ ভিতৰেদি লিপিমলক প্ৰমাণৰ যোগেদি দ্বাদশ শতিকাৰ মাজভাগলৈকে এটি ধাৰাবাহিক বাজ-মালা পোৱা হল। ইয়াৰ উপবি, জয়পাল নামে পলি কামৰূপৰ এজন বাই তেওঁৰ তুলাপৰ দানত প্ৰহসি নামৰ পণ্ডিত এজনক নৰ শত সোণৰ মোহৰ আৰু এক সহস্ৰ দোণ ধান উৎপন্ন হোৱা মাটি দান দিয়া বলি শিলিমপৰে লিপিত উল্লেখ ৰা আছে। লড্ৰনব ইণ্ডিয়া অফিছত সংৰক্ষিত ছান্দোগ্য- পৰিশিষ্ট-প্ৰকাশ নামৰ পাণ্ডলিপিতে জয়পাল বজাৰ নম পোৱা হয়। পদ্মনাথ ভট্টাচাৰ্যৰ মতে এই দুই লিপিৰ কাল, আৰ, সেইগণে জয়পালৰ বাজত্ব, দ্বাদশ শতিকাৰ মাজ ভাগত নিদিষ্ট কৰিব পাৰি। ইহাতে ষোড়শ শতিকাৰ শব-চৰিতৰ বচয়িত ৰামচৰণ ঠাকুৰে কৈছে, যেতিয়া ধৰ্মপাল বজাই “আপোনাৰ বাজ এৰি বিদেশক গৈলা", “দুৰ্লভ নাৰা(য়)ণ তাৰ বেলেগীয়া ভাই। সিও কতোদিনে বাজল ভৈলা এক ঠাই॥" তেনেহলে স্থানীয় শাসনমূলক আৰ চৰিতমলক প্ৰমাণৰ পৰা ধৰ্মপালতে কামৰূপৰ পাল বাজত্ব শেষ বুলি ভবা হৈছিল যদিও, বাহিৰব ঠিক তেনে প্ৰমাণৰ পৰা আমি আকৌ সেইদৰে ভাবিব নোৱৰা হওঁ; এই উভয় সঙ্কত একমাত্ৰ সমাধান পে দ্বাদশ শতিকাৰ শেষ ভাগত আগৰ ৰাজপৰিয়ালবোৰৰ মাজত পবণি কামৰূপ বাজা ভাগ ভাগ হয় বুলি ভাবিব পাৰি, আৰু এই ধাৰণাও আকো লিপিমল আৰু চবিতমূলক বিভিন্ন প্ৰমাণৰ পৰা সমৰ্থিত হয়। গুৱাহাটীৰ কানাই বৰশী শিলিত কটা “লক ১১২ শকে তুগামেশে মধুমাস দুয়োদশে। কামৰম মাগতা তুঙ্কাঃ ক্ষয়মায়য়ঃ॥” এই কাল ১২০৫ খঃ ২৭ মাৰ্চ মান হয়; মুছলমান বুৰঞ্জীলেখকৰ টোকায়ে এই সত্য সমৰ্থন কৰিছে। ১৯৯৭ থাঃ ত মহম্মদ বখতিয়াৰ খিলজিয়ে বঙ্গৰ সেন বংশৰ শেষ ৰজা লক্ষণক পৰাজয় কবে; তেওঁৰ তিৰত আক্ৰমণৰ কাহিনী টাবাকোৱাৎ-ই-নছিৰি আৰ ৰিয়াজ-উছ-
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫৭
অৱয়ব