পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৯
অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ আলোচনা-সূত্ৰ


প্ৰভৃতি (২২০-২৩৩); (ঝ) বৈকুণ্ঠনাথ ভট্টদেৱ কবিৰত্ন (২৩৩-২৩৬); (ঞ) নৱজন্মৰ বৈষ্ণৱ সাহিত্যৰ জোৱাৰৰ সামৰণি (২৩৬-২৩৯); (ট) বৈষ্ণৱ সাহিত্যৰ অপৰিসীমতা (২৩৯-২৪০)।

পুথি চাৰি--উত্তৰ নৱজন্ম যুগৰ অসমীয়া সাহিত্য

আগকথা : (ক) বাজনৈতিক সাৰাংশ, (খ) মায়ামৰা আন্দোলন, (গ) সাহিত্যিক বিশিষ্টতা (২৪১-৯৪৫)। ১। অনুবাদ আৰু চৰিতমূলক বৈষ্ণব পদা-গদ্য (২৪৫-২৬২)। ২। অন-বৈষ্ণৱ আৰু বৈষয়িক পদ্য-গদ্য (২৬২-২৭১)। (ক) ৰাজকীয় পত্ৰ, পেড়াকাকত, মানুহ-বেচা কাকতৰ গদ্য (২৭১-২৭৩); (খ) জিকিৰ আৰু অন্যান্য মৌখিক সাহিত্য (২৭৩-২৭৬)।

পুথি পাঁচ--বৰ্তমান যুগৰ আবিষ্কাৰৰ অসমীয়া সাহিত্য

আগকথা: (ক) ইংৰাজ শাসন, (খ) আত্মবিশ্বাস-হীনতা, (গ) সাহিত্যিক জাগৰণ (২৭৭-২৮০)। ১। খৃষ্টীয় অসমীয়া সাহিত্যৰ থাপনা (২৮৩-২৯২)। ২। উনৈশ শতিকাৰ সাহিত্যৰ বাট-দেখাওঁতাসকল (২৯২-৩০৯)। ৩। পূৰ্ব-আধুনিক আৰু আধুনিক কবিতাৰ বিকাশ (৩০৯-৩২৫)। ৪। অসমীয়া নৱন্যাসৰ আৰু কবিতাৰ হোতাসকল (৩২৫-৩৪১)। ৫। নৱন্যাসৰ গদ্য, উপন্যাস, নাটক, চুটিসাধু আদি (৩৪১-৩৫৯)।৬। অসমীয়া কবিতাত ছন্দৰ ক্ৰমবিকাশ (৩৫৯-৩৬২)। ৭। অসমীয়া সাহিত্যৰ অতি-আধুনিক সুতি (৩৬২-৩৭০)। ৮। অসমীয়া সাহিত্যৰ বৰ্তমান আৰু ভবিষ্যত (৩৭১-৭২): নতুন কবিতা (৩৭২), নতুন চুটিসাধু (৩৭২-৭৩), নতুন উপন্যাস (৩৭৩), নতুন নাটক (৩৭৩-৭৪), নতুন গীত (৩৭৪), নতুন সমালোচনা (৩৭৪): “সাহেই সাহিত্য’’ (৩৭৫), অস্থিৰ সমতা (৩৭৫), প্ৰতিভাৰ উচ্চতা (৩৭৫-৭৬), সমালোচকৰ দায়িত্ব (৩৭৬)। ৯। অসমীয়া সাহিত্য বুৰঞ্জীৰ জোৰনি : অসমীয়া বৈষ্ণৱ সাহিত্যৰ বিচাৰ (৩৭৭); অসমীয়া নীচাত্মিকা আৰু জাতিৰ ভৱিষ্যত (৩৭৭)। ১০। সাহিত্য বুৰঞ্জী আলোচনা-সূত্ৰ (৩৭৮-৭৯)।১১। অসমীয়া সাহিত্যৰ চমু কালক্ৰমণিকা (৩৮০)। ১২। অনুক্ৰমিক অধিক আৱশ্যকীয় নাম-সূচী (৩৮১-৮৪)।