পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্য বুৰঞ্জীৰ আলোচনা -সূত্ৰ

(ব্যৱহৃত অঙ্কবোৰ পুথিৰ পিঠিৰ সংখ্যাসূচক)

পুথি এক—আদি মধ্যযুগৰ অসমীয়া সাহিত্য


 আগকথা : (ক) ৰাজনৈতিক পৰিস্থিতি, (খ) সামাজিক সাৰাংশ, (গ) সাহিত্যিক লক্ষণ (২১-২৪)।  ১। বৈষয়িক সাহিত্য চহা গীত-সাধু আদি(২৪-৩২)।  ২। ধৰ্মমূলক সাহিত্য : (১) তান্ত্ৰিক প্ৰভাৱ (৩২-৪২);  (২) বৌদ্ধ প্ৰভাৱৰ (ক) ডাকৰ বচন (৪২-৪৭);  (খ) চৰ্য্যাচৰ্য্যবিনিশ্চয়, বৌদ্ধ গান (৪৭-৫৮)।

পুথি দুই—শেষ মধ্যযুগৰ অসমীয়া সাহিত্য

 আগকথা : (ক) ৰাজনৈতিক পৰিস্থিতি, (খ) সামাজিক সাৰাংশ, (গ) সাহিত্যিক লক্ষণ (৫৫-৫৮)। ১। অন-বৈষ্ণৱ সাহিত্য : (১) গোপীচন্দ্ৰৰ গান (৫৮-৬৪);  (২) ৰামাইৰ শূন্য পুৰাণ;  (৩) চণ্ডীদাসৰ কৃষ্ণকীৰ্ত্তন (৬৪-৬৭)। ২। পূৰ্ববৈষ্ণৱ সাহিত্য : (১) দুৰ্লভনাৰায়ণৰ আমোলৰ হেম সৰস্বতী প্ৰভৃতি (৬৮-৮০);  (২) বৰাহ ৰজা শ্ৰীমহামাণিক্যৰ আমোলৰ মাধৱকন্দলী (৮০-৯৪)।

পুথি তিনি—নৱ-জন্মৰ ফুলি উঠা অসমীয়া সাহিত্য

 আগকথা (ক) ঐতিহাসিক জৰিপ, (খ) সামাজিক পৰিস্থিতি, (গ) জ্ঞানৰ নৱজন্ম (৯৫-১০০)। ১। বৈষয়িক সাহিত্য—গণিত-জ্যোতিষ-ব্যাকৰণ (১০০-১০২)।  ২। মনসা সাহিত্য—মনকৰ, দুৰ্গাবৰ আদি কবিসকল (১০২-১০৮)।  ৩। মহাভাৰতৰ কবিসকল-কবীন্দ্ৰ, সঞ্জয় অদি (১০৮-১১৩)।  ৪। নৱজন্মৰ বৈষ্ণৱ সাহিত্য— শ্ৰীশঙ্কৰ-সূৰ্য্যৰ উদয় (১১৩-১৩৫):  (ক) শঙ্কৰী কাব্য— কীৰ্ত্তন-ঘোষা, ভাগৱত-ভাঙনী আদি (১৩৫-১৬৫);  (খ) শঙ্কৰদেৱৰ বৰগীত, অঙ্কীয়া নাট আৰু কথা-ৰীতি (১৬৫-১৭৮);  (গ) মাধৱদেৱৰ জীৱনী, ধৰ্মপ্ৰচাৰ, নিৰ্য্যাতন (১৭৮-১৯২);  (ঘ) মাধৱদেৱৰ কাব্য, অঙ্ক, গীত আদি অৱদান (১৯২-২০৩);  (ঙ) মাধৱদেৱৰ অঙ্কীয়া নাট আৰু বৰগীত ৰচনা (২০৩-২১০);  (চ) হৰিচৰণ অনন্তকন্দলী চন্দ্ৰভাৰতী ভাগৱত-ভট্টাচাৰ্য (২১০-২১৪);  (ছ) অনিৰুদ্ধ ৰামসৰস্বতী ভাৰতভূষণচন্দ্ৰ কবিসৰস্বতী (২১৪-২২০);  (জ) ৰত্নাকৰ, শ্ৰীধৰ, সাৰ্বভৌম, কংসাৰি