যে ন্যাদিকাঞ্চ পদৌতং কামান্তাং পৰিচিন্তয়েৎ॥১১।
মদ্যং মাংসং তথা মৎস্যং মুদ্ৰামৈথুনমেব চ।
ইদমাচৰণং দেৱী পাশোৰ্ন দিব্যবীবয়োঃ॥১৪। (ষষ্ঠ পটল)
ব্ৰহ্মা বিষ্ণু, শিৱাদিনাঃ সুপ্ৰিয়ঃ সাধকোত্তমঃ॥২৮৷ ৬
মাতৃযোনিং পৰিত্যজ্য মৈথুনং সৰ্বযোনিষু॥ ৪৪।৬
দ্বাদশাব্দধিক্য যোনিৰ্যাৱৎ ষণ্ঠী প্ৰজায়তে।
তাবত্তু মৈথুনং তস্যাং স্বয়ম্ভৱ .........॥৪৫৷ ৬
কামৰূপে মহাপূজা সৰ্বসিদ্ধি ফলপ্ৰদা৷
নেপালস্য কাঞ্চনাদ্ৰি ব্ৰহ্মপুত্ৰস্য সঙ্গমম!!১৬।
কৰতোয়াং সমাশ্ৰিতা যাদ্বন্দিকববাসিনীম।
উত্তৰস্যাং কুঞ্জগিৰিঃ কৰতোয়াত্তু পশ্চিমে॥১৭।
তীৰ্থশ্ৰেষ্ঠ দিক্ষু নদীং পূৰ্বস্যাং গিৰিকন্যাকে।
দক্ষিণে ব্ৰহ্মপুত্ৰস্য লাক্ষাঃ সঙ্গমাৱধি।
কামৰূপ ইতি খ্যাতঃ সৰ্বশাস্ত্ৰেষু নিশ্চিতঃ॥১৮।
কালিকা পুৰাণত দিয়া বামুণৰ নৰ-বলি প্ৰথা আৰু তাম্ৰেশ্বৰী মন্দিৰত থকা চুটিয়াৰ নৰ-বলি পদ্ধতি মিলাই চালেই সকলো ওলাই পৰে। আনবোৰ পৰ্বতীয়া জাতিৰ উপৰি খাছিয়া, আৰু প্ৰায় বৰ্তমানলৈকে চলা ৰাংপাং নগা বিলাকৰ নৰ-বলি প্ৰথা বিশেষ মন কৰিব লগীয়া। কিম্বদন্তীৰ উপৰিও আইন-ই-আকবৰিৰ বাহিৰেও হাফট্ ইক্লিম্ আদি মুছলমান বুৰঞ্জীলেখকৰ টোকাৰ পৰা জানি “আই” বোলা গুহাবাসিনী এগৰাকী গোসানীৰ বাবে উপযাচি বলি হোৱা “ভোগী" নামৰ এজাতি লোক আছিল। বহছৰেকীয়া পালত তেওঁলোকে গোসানীৰ বলি-শালত নিজক উছৰ্গা কৰাৰ আগতে যেনে ইচ্ছা। তেনেদৰে চলিব পাৰিছিল, যেই সেই তিৰোতাই তেওঁলোকৰ সম্ভোগৰ বাবে সাজু হবলৈ বাধ্য আছিল, আৰু অনেক সময়ত তেওঁলোকে সম্পূৰ্ণ গৰ্ভৱতী হোৱা তিৰুতাৰ পেট ছিৰি ভ্ৰণ পৰীক্ষা কৰিছিল। সেই আই-গোসানী বিষয়ক গীতবোৰেই অসমীয়া “আই-নাম" ৰপে প্ৰসিদ্ধ।
আঁহতৰ গছতে আয়ে পুথি পঢ়ে, গোপিনী কাকুতি কৰে।
গোপিনীৰ কাকুতি দেখি ভগৱতী নামি আই আসনত বহে!