পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ ৪ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ইমূৰৰ পৰা ভাল বেশ কোতে কে ডাঙৰ হল। ডাঙৰ ধুমধুমনি। সিমূৰলৈ গোটেই গাঁৱত শুনি। জোল শাশ ভাঙৰ খুটাত ভাৰ গাৰু পাৰি। থাই-ই উঠি বহে ভেগ মাৰি॥ ডগিত পানী, ডাঙৰ বটাত পণ। এ চল হয়। হোক (আৰু চৰিয়া পিান। ডোঙৰ বিছনিৰ বা (গাত) জুৰ লাগি পৰে। চকু মুদি ডাঙৰ স্ৰাব হোটোৰনি মাৰে। পিন্ধা-খাত কথাত জাকাশ গাল। তলে তলে একথা , পুথা চাণ। মাটি ভেপি পাতে ডাস্কৰ বাৰী। গহনাৰ পেৰা ভাৰ কৰে বাৰী তিতাৰ কাঢ়ি। যাতুৰ ৰকি ডাৰ ভাল পাতে। বিষয়-সায় মাগন তুলি চাঙৰ তলত গোতে। কিতাৰ আগত পুৰুষালি গোলামক খুন্দা যম। ল'ৰাৰ আগত সমীয়াৰ আগত কম। চাচিৰ আগত কেকোৰা-কেকুৰি চাহাবৰ অমিত কুজা। এওঁ এই আমাৰ অসমৰ ডাঙৰীয়া বুজা।” ইয়াৰ লগত আকৌ সত্যনাথ বৰাৰ “সভ্যতাৰ মথাউৰি তুলনীয় নামনিৰ বাতৰি সভ্যতাই আহিছে খেদি। ফেনে-ফোকাৰে বুৰাই আহিছে স্বণণা -পাতাল ভেণি॥ বোম্বাই বুলে, বুৰালে পছিম দেশ। বেহাৰ মাজ সকলো বুলে, ভাৰত কৰিলে শেষ। ঠেঙাৰে জাতিলে, টুপিৰে ঢাকিলে, খুৱালে ব্যভিচাৰ কৰি। গুৰিতে কাটিলে, টিকনি কাটিলে ধৰি। ওপৰ তুলিলে, ওপৰ কৰিলে তল। থাৰ নিদি