পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত্তৰ নৱ-জন্ম মুগৰ অসমীয়া সাহিত্য বাসৰ বংশত মা, ৰুদ্ৰসিংহ নামে খ্যাত, সৌমৰ পীঠৰ অধিপতি। কামৰূপ অধিকাৰী, দুৰ্জেনৰ দণ্ডকাৰী পদাধৰ সিংহ সতি। ৰঙ্গপুৰ নামে এক তেহে পুৰ কৰিলেক থাকিলেক তৈতে বিণ॥ নানান হন্তে নিয়া বৃত্তি-বিধানাক দিয়া আনিলে অনেক ব্ৰাহ্মণ॥ নি স্থানত বিপ্ৰকৰ না। ভৈল কৃপাচাৰ্য শুদ্ধমতি। তন পুত্ৰ ৰুটিনাথে দুৰ্গক সেবিয়া মাথে চণ্ডীপণ ৰচিলা সম্প্ৰতি॥” “লোহিতৰ উকুলত অনুপাম॥ এক দেশ আছে নাৰায়ণপূৰ নাম॥ থাতে আছিল ৰত্ন কন্দলী ধৰ্মদি। কাশ্যপ গোত্ৰত জাত বিপ্ৰ সত্যবাদী॥ ভান বংশে জাত ভৈলা প্ৰি ৰামপতি। মোলবাৰীত তান ভৈলেক সতি॥ পাছে তান পুত্ৰ ৰঘুপতি ভৈলা জাত। সেই মই বিপ্ৰ অমতি কাচিনাথ॥ কল্পী পুৰাণৰ পণ কৰিলোঁহো আগে। ৰছিলোঁ চণ্ডীৰ পদ এৱে অনুৰাগে।” এইবোৰৰ উপৰিও ‘পীতৰ পৃথি’ নামৰ সংগ্ৰহতে কৱিৰ পৃষ্ঠপোষক বজা- সকলৰ নামতো দুই চাইটি গীত পোৱা হৈছে। ৰুদ্ৰসিংহৰ গীতগৌৰীবন্দন-ৰাগ গান্ধাৰ আইল গৌৰী প্ৰসন্ন মনা। শিৰত কিৰীটি গাৱে অমূল্য বসন। শহুতে দশ অস্ত্ৰ ধৰিছা সম্বনে ৰূপৰ উপমা দিব পাৰে কোনাজনে। পূৰ্ণিমাৰ শশীসম ফুলয় বদন॥ কৰ্ণে কুণ্ডল শোভে কাভৰণ॥ কাটত কঞ্চি বাজে নুপূৰ চৰণে॥ নমি গৌৰী-পাৱে ৰুদ্ৰসিংহ, নৃপে ভণে॥ শিবসিংহৰ গীতৰাধাচৰিত-ৰাগ দেৱ গান্ধা শাৰদ পূৰ্ণিমা হিমকৰ বদনী। চঞ্চল লোচনে কাৰ ৰান্স। প্ৰাতদিত ৰবি সিন্দুৰ কান্তি। সজল জলপ বৈ কুণ্ডল জালে। মুগল-হুম চুচিত দেহ। শ্ৰীল বিচলিত কুচযুগ লোলে। ৰাজা শিৱসিংহ ইহ ৰস ভণিতম্। চঞ্চল নীল নলিনীদলায়নী॥ ভাবুক মানে কুটিলতৰ ভঙ্গি॥ সজল মুকুতা ফল দশন পান্তি॥ পৰিমল শোভিত মালতী মালে। অবল ঘান্তৰ দক্ষিী ৰেহয়॥ মন্ত দিগতি অতিশয় দোলে॥ কমণী শিৰোমণি ৰাধা-চৰিতম্॥