পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2019 জাগে। কবিৰাজ কৰি সুশ সনাই। চাউল মাগি ৰা এহি কৰ্মকৰ্তা কৰ্ণাই।" ইয়াৰ উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য শঙ্কৰদেৱৰ কাষলৈ গৈ চা-চিনাকি হৈ তাৰ পাছত অকলে অনেক বাৰ গৈ শেয়ত তেওঁৰ পৰা ভাগৱতী ধৰ্ম গ্ৰহণ কৰা কথাকে কৈছে। ৰমাকান্তৰ বনমালীদেৱ চৰিতত সেইনবেই অসম সাহিত্য সভাৰ পৰা অবৈজ্ঞানিকভাবে প্ৰকাশিত হৈ অনেক চাঞ্চল্য সৃষ্টি কৰিছিল। দামোদৰ চৰিতৰ দৰেই ইয়াতো শঙ্কৰদেৱৰ নামৰ ঠাইত চৈতন্যদেৱৰ নাম জাল ৰা বুলি বহুত ঠাইত সন্দেহ হয়, বিশেষকৈ যিহেতুকে শঙ্কৰদেৱৰ চাৰি নামৰ বাহিৰে চৈতন্যদেৱৰ যযাল নাম সেইবোৰ ক্ষেত্ৰত নাই। সম্পাদকে এই পুথি সপ্তদশ শতিকাৰ শেষ দশকৰ বুলিছে; পুথিৰ শেষত শাওণ, ১৬৮৮ শক (১৭ যুঃ) লিখা, আৰু তাৰ ৰচনাৰ বালে ইয়াতকৈ সৰহ আগৰ যেন লাগে। পূৰ্ণানন্দ নামৰ এজনৰ গোপালদেৱ চৰিত্ৰও এই সময়ৰে। শিষ্ট ভট্টাচাৰ্যৰ শিশুপালথ কাব্যও এই কালৰে; কবিৰ বিষয়ে একো বিশেষ জনা নাই। এওঁৰ ৰচনা যেনে সৰবৰহী তেনে আৰ্টিন। “হাসিয়া হাসিয়া শ্ৰীকৃষ্ণে বোলয় ও তুই শিশুপাল। -সাত তই কমান ভাল॥ লাল-সমাজত তেও যে তুষ্ট নভেলি॥ কোনো বিধাতা শ্ৰাজিলেক তোক ঘনৰ কঠিয়াতলী॥ ভোবালা ছাগলি সিংহক সিয়াৰে শ্ৰাপোনাক বৰ নি। ভিতুৱা কুকুনে কাদ আবাৰ গৃহহ চোৰ নড়ানি॥ নৰ দেখিলে লুকাই বন সোমায়। গধূলি পুৱাহে অ'টাস পায়। মোত কণি বৰ নাই। হ্যতী চুৰি কৰি যায় আগে আগে, বেঙেনা-চাৰক ধৰে। নাকটি কাটিলে লাজ নালা, নখটি কাটিলে মৰে।.. তোৰ তিৰস্বাৰে জাগিৰি আমাৰ সি পুন গাৱ নৌছোৱে॥ কামোৰ মাৰ আঠুৰে সে নাম হোৱে॥” কবিৰাজ বিপ্ৰৰ শিয়াল-গোসাই নামৰ পুথি কোনোৱে ১৬১৬ ত ৰচিত বুলিলেও প্ৰকৃততে সি অষ্টাদশ শতিকাৰ আগৰ যেন নালাগে। কবিৰ চিনাকি -“সূৰ্য্যকিপ্ৰ কুলে জন্ম মই অধম। বঙ্গৰ মধ্যে গ্ৰাম ছপাৰাত ঘৰ॥ নামে ১৭ এতেক " এতেক কথি শৃগাল ওলাই যতেক কুকুৰে