উত্ৰৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য ২৫ ৩ গুৰুচৰিতৰ সবে কহে ৰামানন্দে সবে বোলা হৰি হৰি। ৮৮।” বুলি ভণিতা দিয়া নাই। “মহামোহ কাব্য”ৰ ৰচনা আৰু ৰহস্যপূৰ্ণ; ই সংস্কৃত ৰূপক নাটক এখনৰ ভাবানুবাদ , মূল পুথি বাৰাণসীৰ পৰা অহা বুলি লেখকে কৈছে। এই কাবাৰ ঘাই নায়ক বিবেক, বা হৃদয়পুৰ বা সৎসঙ্গ; প্ৰতিনায়ক মহামোহে কাম ক্ৰোধ আদি পাত্ৰ-মন্ত্ৰীৰ মন্ত্ৰণাতহে এই ৰাজ্য মাৰণৰ চেষ্টা কৰে। কিন্তু ধৈৰ্য, ক্ষমা, দয়া, তুষ্টি আদি এই চাৰি মন্ত্ৰী আৰু ভক্তি-প্ৰীতি আনি পত্নীৰ সহায়- উপদেশত ঘূৰি বিবেকেহে মহামোহব দুঃসঙ্গ নগৰ মাৰি তেওঁৰ বিপক্ষক নিজ শকণাপ নয়। পাছে মহাৰাজা বিবেকৰ পতি যুদ্ধত ভৈলম্ব জয়। মহামেহ ৰাজা ৰণ হাৰি যেৱে অধোমুখ হয়ছি॥ পৰম কণা বিবেক নৃপতি কৃপৰ যেন সাগৰ। মোহ নৃপতিক পুনু যি বুলিলা শুনা তাক আণ॥ বিবেক বদতি কহো মঞিa তুসাৰ। ব্ৰা শৰত যি বৰ ভিলা ত্ৰিভুবনে চমংকাৰ॥ নকৰিবা কিছু আশ। নিপুণ হৰিত ভজি হোৱা তান পাস॥ তেবেসে ময়ৰ ভ্ৰমক এৰাই। মন হুইব শুদ্ধাশয়। শ্ৰৱণ-কীৰ্তন কৰি অণুক্ষণে লভিয়ো ভক্তি অভয়॥ কলী সঙ্গে থাকি মহাসুখে মুখে সৈয়া গুণ-কামি। সুদৃঢ় বিশ্বাসে কৰিয়া ভকতি ভেৱে হৈবা পূৰ্ণকাম॥ বিবেকৰ হেন বাক-তত মোহু হু নলবৰ। মায়া পাশ ঘেণ নিৰ্মল ভৈলন্ত সঙ্গী ভৈলী সৎসঙ্গ॥ বিবেকৰ পাৱ কৰিলন্ত নমস্কৰ॥” কামৰূপ অনুসন্ধান সমিতিত সংৰক্ষিত এই মহামোহ-পটল ২১২ পদত সমাপ্ত। কাব্যত অন্যান্য বৈষ্ণৱ গুৰুসকলৰ লগত আউনিটীৰ কুশদেৱ দত্তদেৱৰ (১৮১৮- ১৯০৪ ) নামে আছে; আৰু “শাকে ৰসে ঐশ্বৰ্য্য সিন্ধু মহী” অৰ্থাৎ ১৭৬৬ ত গতিকে অন্ততঃ এওঁ যে শৰে- (১৮৪৪ খৃঃ) কাব্য সমাপ্ত বুলি দিয়া আছে। চৰিত ৰচয়িতাজা নহয়, সন্দেহ নাই। ভূষণ বিজও শঙ্কৰদেৱৰ চৰিত-লেখক, এই চৰিত-প্ৰকাশক দুৰ্গাধৰ তথাপি কৃষ্ণৰ দাস নিয়ে অষ্টগুণ ভেজ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫৫
অৱয়ব