পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুপত যুলি উঠা অসমীয়া সাহিত্য ২২৫ জ্ঞানী মধ্যে সৰ “ভণতি মংসাৰি পদ দক্ষিণ গো-গৃহ," “কৃষাৰ কিন্তুৰ কহে কায়স্থ কংসাৰি,” সুকবি কংসাৰি নামে, পদবন্ধে নিবন্ধিলা, বিট পকৰ কথা প্ৰায়।” ভণিতাৰ পৰা বুজি বিৰাট পৰ্ব্বৰ পদত কংসাৰিৰ আত্মপৰিচয়— ভূঞাৰ মধ্যত প্ৰৱল কুলও অছিলন্ত শিৰোমণি। এদৌলংখা গ্ৰাম নমি জানা আছিল সত্য ভুৱানী॥৫৭২। তহন প্ৰথ শ্ৰীমন্ত গাভৰুখী নাম। ঘৰ-পদ সেৰি। ৰচিল। পদ উপাম॥৫৭৩। সই পুত্ৰ জয়যুত আৰো? যতেক সোদৰ। তাহান ৰচনা শুনি আতি মুগ্ধভাৱে পাছে লিখিলা কায়স্থ পীতাম্বৰ॥৬৪১ কামৰূপে অগ্ৰগণী, গোপালৰ চৰণ সেন্ত। উদাৰ পত্নীৰ সন্ত, যাৰ যশ জগতে হত।১১% কায়স্থ কুমুদ-বাণ কিৰাটে অপতে দুন্ন ভেহে ভৈলা পালিত বান্ধব। ক কায়স্থ বংশত আমি জন্ম লভিলন্ত জয় জয় শ্ৰীমন্ত মাধৱ॥ তাহান থানাত বঙ্গে কাস্থ কংসাৰি কৰি বিৰচিল ভাৰত পয়াৰ॥১৬৬ গুণৱন্ত পণ্যৱ, তেনেহলে এই পীতাম্বৰ (কংসাৰি?) এওঁৰে আন এটা নামনে কি? প্ৰথম শঙ্কৰ চৰিত লেখক মাধৱদেৱৰ ভাগিনেক ৰামচৰণ ঠাকুৰৰ উল্লেখ অনেক ৰাৰ কৰি অহা হৈছে। মাধৱদেৱৰ লগত ৰামচৰণৰ সম্পৰ্ক সায় অতি ঘনিষ্ঠ, আৰু ৰামচৰণে “কীৰ্তন-ঘোযা” খনি গোটাই জুকিয়াই আনি মাধৱদেৱক দিয়া কাহিনীটি বিশেষ উল্লেখযোগ্য। আটাইকেখন গুৰু-চৰিতৰ ভিতৰত এই- খনিয়েই অতি বিতং, কিয়নো এওঁৰ বাহিৰে গুৰু দুজনাক ইমান ঘনিষ্ঠভাৱে জনা কোনো চৰিত-লেখক নাছিল। তথাপি এওঁৰ পুতেক দৈত্যবিয়ে নাহিক আবিসি" বুলি লিখা কথাকে ওফন্দাই কোনো কোনোৱে ইয়াক পৰবৰ্তী ৰচনা বুলিব খোজে; কিন্তু তেতিয়া হলে দৈত্যবিব গুৰু চৰিত তেওঁৰ পৰবৰ্ত্ত হয়, কিয়নো দৈত্যাৰিৰ পাছৰ চৰিত-লেখক ভূষণ দ্বিজয়ো সেইদৰে “নাহিক আৰিসি” বুলিছে। কিন্তু এইটো তেনে ভৰ দিব লগা কথা নহয়, কিয়নো পুতেকেও পিকৰ হাতে লিখা পুৰি নেদেখা বা নোপোৱাৰ একাধিক কাৰণ থাকিব পাৰে, গতিকে এনেবোৰ উপলুঙা কথাতকৈ তাৰ ভিতৰুৱা মূল্যৰ ওপৰতহে সদায় ভৰ দিব লাগিব। ৰামচৰণৰ লৰাকালৰ বিষয়ে দৈত্যাৰিয়ে লিখিছে (৯৪১-৫১)-