পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২)। শ্ৰীধৰেও কৰিছিল। সমসাময়িক হন এজন শ্ৰেষ্ঠ কবি। তেওঁৰ অণিত একন্দিন গুৰু মোক বিয়া শাখত। নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ২ ২৩ ইসৱ সাৰক উদ্ধাৰিয়া একবাৰ। প্ৰবান্ধেৰে নিবন্ধিলো শৰয়া প্ৰচাৰ॥ ভকতিবসিক সাধুসৱৰ সমাজে। পদ অৰ্থ বুজি সদৰি সামৰাজে॥” যমৰ ৰাজ্যৰ পৰা মানুহে কিনৰে উদ্ধাৰ হব পাৰে এই কথাকে ইয়াত কবিয়ে আউটিছে। ৰামসৰস্বতী আৰু ৰত্নাকৰ কন্দলীৰ লগতে অনন্ত কন্দলীৰ লগত একে পতা আন এজন লেখৰ বৈষ্ণৰ কবি শ্ৰীধৰ কন্দলী। ৰত্নাকৰৰ “সহস্ৰ নাম বৃত্তান্তৰ দৰে এওঁৰ ঘুনুচা- যাত্ৰা নামক এধনমান কাব্যখনি কোনো কোনো ছপা কীৰ্তন-ঘোষাৰ ভিতৰত সোমাইছে যদিও প্ৰধান মন্ত্ৰ-সভাত ইয়াক তাৰ অন্তৰ্গত বুলি ধৰা আৰু নাম-প্ৰসঙ্গত ব্যৱহাৰ কৰা কেতিয়াও নহয়, গতিকে ইয়াৰ অন্তৰ্ভূক্তি “সহস্ৰনাম বৃত্তান্ত”ৰ দৰে সৰ্ব্ববাদীসম্মত নহয়। (অধ্যয়ন, ১৩৯- পুঝবৈষ্ণৰ কবি হৰিহৰ বিপ্ৰই কৰা মহাভাৰতৰ অশ্বমেধ পৰ্ব ভানি কিন্তু ৰামসৰস্বতীৰ “উমচৰিতৰ দৰে এঘৰৰ অতি সৰবৰহী কাব্য তেওঁৰ কাণখোৱা নামৰ মৌলিক এখুদমান পুথিখন (অধ্যয়ন ক্ষুদ্ৰ আৰু বৃহৎ স্বৰ্গখণ্ডৰ কবি সাৰ্বভৌম ভট্টাচাৰ্য শঙ্কনদেশ “শ্ৰীমন্ত শঙ্কৰ সন্ত-মূৰ্তি অৱতাৰ। তোমাৰ পণে মুখে শত নমস্কাৰ॥ কবি সাৰ্বভৌম ভট্টাচাৰ্য্য নাম যাব। পুৰাণ সংহিতা পদ কৰিৰো প্ৰচাৰ॥ ইৰ কথাক মই এহিমানে থওঁ। শঙ্কৰদেৱৰ কথা কিছুমান কওঁ॥ উওৰ হৃদয় তুমি সন্ত মুৰ্কি ধৰি। নিজ ভক্তি প্ৰকাশাহা তুমি সে মুৰাৰি॥ তুমি মোৰ নিজ গুৰু প্ৰিয়তম হৰি। দৈৱকী নন্দন মই ভজো নিষ্ঠ কৰি॥ শঙ্কৰক শুদ্ৰ বুলি পণ্ডিতে নিন্দয়। কোন মতে হৰি-অংশ বুলি ননয়॥ মৎস কুৰ্ম্ম শূকৰাদি পশু অৱতাৰ॥ কিমতে পণ্ডিতে সেৱে দুষ্ট দুৰাচাৰ॥ সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ। দেৰী উপাসক আছিলোঁহে দুৰাচাৰ॥ শঙ্কৰৰ সঙ্গে কিছু বাদক কৰিলো। বাদে ভঙ্গ থয়া শাস্ত্ৰ পঢ়িবাক গৈলো॥ কাশী দেশে বিশ্বেশ্বৰ চক্ৰবৰ্তী নাম। চাৰি কে পঢ়িলোঁহেঁ তৈতে অনুপাম॥ পঞ্চ বৰ্য তৈতে বেদ শাস্ত্ৰক পঢ়িলোঁ! অনেক শাস্ত্ৰক শিকি জ্ঞান লভিলে॥ স্বৰ্গখণ্ড ৰহসক তহিতে জানিলোঁ। হৰিত ভজিবে লাগি মন থিৰ কৈলো॥ কাহল গণাপ কথা জানিলো মনত॥ ১৪২-৪৫)।