পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২২ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী কৰ্ণ দোযে বিবা জন্ম হোৱে সংসাৰত। তাতো নাছাকে চিত্ত ভুৱা চৰণত॥ সদাষ ঘোষোক ৰাম নাম মোৰ মুখে। সংসাব-সাগৰ তেৰে তৰো মই সুখে॥ সকল জাত ভযু মায়ায়ে মোহিত। তোমাৰ চৰণ প্ৰড় কেহে নেদে চিত্ত॥ পুত্ৰ দাৰা নিগড়ে বান্ধিলো দুয়ো ভৰি। মন্তে আছেহে তবু নোৱোলোঁহে ৰ॥ দুঃভ মনুষ্য জন্ম ভাৰতত পাইলো। তোমাক নেসেবি বৃথা জনম গোৱাইলোঁ॥ নিদিচ্ছিলো একবাৰ তোমাৰ চৰণ। তক বন জীয়ে যেন আমাৰ জীৱন॥ বিষ্যত ভোল হন্তা কৰিলোহে লোগ। ভাৰ ফলে শৃগাল-শ্বনৰ ভৈলে। যোগ॥ ভৰ তৰিবাৰ যোগ্য লভিলে শৰীৰ। বিষয়-বসে পাই কৰিলে অস্থিৰ॥ কৰে টলবল দেহ কেনে হইৱো পাৰ। প্ৰভু দাস বুলি এভু কৰিয়ে উদ্ধাৰ॥ সুকবি শেখৰ ভূৱা দাসৰ দাস। কাতৰ কৰোঁহেঁ দিয়ে চৰণত দাস॥” ভক্তি ৰস আৰু প্ৰেম-কাৰুণ্য এই কবিতাটি মাথোন “নামঘোষা"ৰ কোনো ছোৱাৰ লগতহে তুলনীয় হয়। “হে জিহা সনা তুই আমাত নিৰ্দয় ভৈলি, কেনে নেৰোলস ৰাম বাণী॥ সংসাৰ-সাগৰে ইটো হৰিসে সুহৃদ নাও, জানি হৰি বুলিও কল্যাণি॥ ১০। হে কৰ্ণ সদা তোৰ, শবদেসে মাত্ৰ প্ৰিয়, তুই শব্দ মধুৰ জানস। কোটি অমৃততোধিক, পৰম মধুৰ শব্দ, শুন সলা কৃষ্ণ নাম-মশ॥ ৯১। শুনিয়ে হৃদয় হেৰ, ব্ৰহ্মাণ্ড ভিতৰে যত, বন্ধু আছে তোক নোজোয়। তাক তেজি কৃষ্ণঃ নাম, অক্ষয় অমৃত পিয়া, সন্তোষক লভিয়ো হৃদয়॥ ৯৩।" “বৈবস্ব পুৰাণ পদ কথা মনোহ। আনন্দে ৰচিলা কবি সুকবি শেখৰ॥” এনে ভণিতাৰে ধৰ্মনাৰায়ণৰ সম্বাদ বোলা এওঁৰ আন এখনি পুথি আছে। “ব্ৰহ্মবৈৱৰ্ত্ত আৰু বৃহং যামল। ৰুদ্ৰ যামল অজামিল উপাখ্যান। দশম স্কন্ধৰ কথা কবিয়া মিহল॥ পদ্মপুৰাণৰ কথা কৰিয়া মথন॥