পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী কচিশ হয়ৰ আৰু ভাগৱত্ৰৰ কোনো কোনো স্কন্ধৰ ভণিতাত বামসৰস্বতীৰ নাম পোৱা হয়। বাম সৰস্বৰ্তীয়ে সদৌ অষ্টাদশ পৰ্ব মহাভাৰতৰ পণ কৰে বুলিও বহুতে ভাবে; মণিচন্দ্ৰ ঘোষ কাব্যত এওঁ কৰপৰ্বৰ পোন্ধৰ হাজাৰ পদ কৰা বুলিছে- “শুনা সভাসদ হয় নিশাৰদ মনত আদাঙ্গ কবি। গণিতন্দ্ৰ ঘোষ বাম সৰস্বতী বিচিত্ৰ ৰচে দুলড়ি॥২৩৬৫। বলা কথা পুৰাণ সংহিতা সাৰ। টাকা আনা আৰ শ্লোক চাবিশ হাজাৰ॥ আধ সণ দ্বৈপায়নে আৰ কৰি আছে নিবন্ধন। কোন শক্তি আক বিচাৰ থিতে আমাৰ লক মন || ২৩৬৬। তথাপিত আৰ পদ বিবাঢ়িলোঁ। পোন্ধৰ হাজাৰ মানি। আন কবিসৱে কৰি আছে বিদ্যমান॥ ২৩৬৭।” ধিভন্ন কবিয়ে এৰুে পৰে ভাঙনি কৰা আৰু সুৰ পদ ত'ত সে মোয়ত ৰামসৰস্বতী বা আন কবিৰ পদৰ সম্পূৰ্ণ নিৰ্ণয় কৰা টান। বিশেষকৈ বৈৰ যুগৰ কবিসকলৰ এনে অনূদিত কাব্য ভণিতাৰ বিচাৰ ওপৰতে সদায় ভৰ দিব লাগিব; কিয়নো ৰচনাৰীতি বা পদ-লালিত্যৰ পৰা এওঁলোকক বৈশিষ্ট্য বুজি চিনি উলিওৱা কোনোমতে সিমান সহজ নহয়। নাই বুলিও তিনিশ বছৰৰ অধিক কাল অসমীয়া লৰা-বুঢ়া আটাইৰে বাবে সমানে অতি সৰবৰহী হৈ চলি অহা ৰাসৰস্বতীৰ হস সাত্মক এধানমন কাক ভীমচৰিত উল্লেখযোগ্য পুথি। (অধ্যয়ন, ১৪৮-৫৬)। মুঠতে অসমীয়া সাহিত্য-সংস্কৃতিৰ সৌৰজগতত শঙ্কৰ সূৰ্য্যক প্ৰদক্ষিণ কৰা জ্যোতিষ্ক মণ্ডলীৰূপে মাধৱদেৱক যদি বৃহস্পতি বোলা হয়, তেন্তে ৰাম মুৰস্বতীক দ্বিতীয় উজ্জ্বল জ্যোতিষ্ক শুক্ৰ, আৰু অনন্ত কন্দলীক বুধ বুলিব লাগিব। তিনি সহাকে ৰত্নাকৰ, শ্ৰীধৰ, সাৰ্বভৌম, কসোৰি প্ৰভৃতি কবিসকল “কীল- ঘোত শঙ্কৰদেৱৰ নিজ ৰচনা "শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ" আৰু “এৰেষা বৰ্ণনা”ৰ মাজত ৰত্নাকৰ কন্দলী সুকৰিশেখৰৰ সুপ্ৰসিদ্ধ সহস্ৰ - নাম বৃন্ত বোলা অতি মনোৰম কবিতা ছয়টি। প্ৰকৃততে এই কবিজননো কোন আৰু তেওঁৰ ৰচনাইনো শঙ্কৰদেৱৰ নিজ ৰচনাৰ মাজত এইদৰে