পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামৰস্বতীয়ে শুস্ক আৰু শাস্কদেক বীন্দহে। নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ২১৭ ভাঙনিৰ অদ্ভুত পাণ্ডিত্য মন কৰিব লগীয়া; দুই কন্দলী, মাধৱ আৰু অনন্ত, পণ্ডিত্যৰ তুলনাত যেনেকৈ বলা ৰামায়ণৰ লেখক বা কথক কৃত্তিবাসৰ কীৰ্তি টুটি যায় বুলি আগতে দেখুৱাই অহা হৈছে ৰামসৰস্বতীৰ পাণ্ডিত্যৰ আগতে তেনেকৈ বঃলা মহাভাৰতৰ লেখক বা কথক কাশীৰামৰ প্ৰতিভা হীনপ্ৰভ হৈ পৰে বুলি সহজে বুজিব পাৰি, যিহেতুকে বঙলা ৰামায়ণ-মহাভাৰতৰ গৰাকি দুজনে নিজ পাণ্ডিত্য নথকাত লোকৰ মুখে শুনা ৰামায়ণ-মহাভাৰতৰ কাহিনীৰ অৱলম্বন লৈ সেই কবিতা কৰিছিল। সি যি হওক, মহাভাৰতৰ ভাঙ্গনি-প্ৰসঙ্গত নৰনাৰায়ণৰ লগতে শুলজ, আৰু তেওঁলোকৰ লগতে শঙ্কৰদেৱৰ প্ৰতিও বাম- সৰস্বতীয়ে সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছে। ঘাসুৰ বধত- “জন্য নবনবাণ সঙ্কশাস্ত্ৰ পৰায়ণ, কিন্তু শ্ৰেষ্ঠ ভাৰত শ্ৰবণে। অনুৰক্ত সুদ ব্যক নৱ নৱ কুৰি ৰাজা শুনিয়া থাক বাহিদিনে॥ শ্ৰীমন্ত শঙ্কৰ নামে আন্ত মহন্ত এক, জম্বুদ্বীপে বৈষ্ণৰত সব। নৃপতিৰ ছোট ভাই, স্ক না সাৰ, ভাগবত শাস্ত্ৰ মন যাব॥ শঙ্কৰক গুৰু মনি মহাভাগবত শুনি আৰু ৰে হাৰত শ্ৰৱণ। হেনা জানি বুদ্ধলোক, হতি জানি কে নাথবা লিঙ্কিতো নিন্দন॥ ছুি অমঙ্গল নাই॥ শ্ৰীমন্ত শঙ্কৰ যাৰ। শুনায় ভাৰত সৰ॥ ভবতি-প্ৰসাদ পাইলে। জাতক উদ্ধাৰিলে॥ তহন বাদাত থাকি। হৰিনাম মুখে ডাকি॥ বৈষ্টৰ পৰ পৰ॥ নামে বাসুৰ বধ। বিচিলো অপ্ৰমাণে শুনিয়োক সাসলে॥ (বনপ) আৰু কুলাচল বন্ধ কাব্যতে যথাক্ৰমে মনিচন্দ্ৰ ঘোষ