পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী পৃফি মাধৱৰ চবিত্ৰ গহন পাতাল পাৰ কথা। ঘোষ-যাত্ৰা নাম আৰ সিন্ধুযাত্ৰা বিৰচিলোঁ অমি তথা॥ হেন জানি সৰে আন কাম তেজি ভাৰত কথা শ্ৰবণে। ভাৰত ভূষণে কয় কাকুতি বাম বোল। সজনে॥” সৰ্বশাস্ত্ৰ-পৰায়ণ, মহাবীৰ বিশসিংহ, সুত। যাৰ যশ মহিমাক, বাজাসল খানায় যত ভ্ৰাতৃ-মাঝি, যুগুত॥ কামৰূপ হোক, মাঝত বহয় যিটো স্বৰ্ণকোষ নাম নদীবন। হাতে নগৰখানা। দীৰ্ঘপ্ৰস্থে বহুমান ইন্দ্ৰপুৰী সম মনোহ। বাছবলে নৰবৰ ৰাজাসৱ জিনিলেক কৰৰে কৰয় পূজন। জয়ন্ত কিৰাট ভোত মগধ আদি মাৰিলেক আৰ ৰ দিয়ে বাজাগণ॥ এহিমতে আমাসাক বই নানা দিয়া মন বলা পূৰণ। হন সূঢ় আশ্ৰা মনত আদৰে আমি ইটো পন কৰিলো শচন॥ হংসলুকি আনি লোক সংহিতা যে পুৰাণক এক কৰুণ কৰি দ্বৈপায়ণে। ব্যাপক ভাৰত নিবন্ধ কৰি তাক আমি বিবটিলো এহিমানে॥" নিন্দা নকৰিবা মোক ভাস্তু নিবিচাৰিভাষাৰ অৰ্থক কোনে বুঝিবাক পাৰি॥ সাগৰ সমান ইটো ভাষাৰ সাল। সবশেষ কোন জনে অৰ্থ পাৱে তাৰ॥ তথাপি ৰচিবোঁ পৰ মতি অনুসাৰে। কৃবি প্ৰসাদ হৌক পদৰ প্ৰচাৰে। জয়-নৰনাৰায়ণ বাজ শিৰোমণি। সন্তৰ পৰম মিত্ৰ দুষ্টৰ অগনি॥ আমাক অলা আজ্ঞা পৰম সকৰে। ভাৰতৰ পদ ভূমি কবিয়োক সাৰে॥ আমাৰ গৃহত আছে টাকা-ভাষ্য যত। নিমোক আপোন গৃহে, দিলেহে সমস্ত॥ এহি বুলি ৰাজা সৰে বলধি জোৰাই। পঠাইলা পুস্তক সৱ আমাৰ ঠাই॥ ধনবস্তু অলঙ্কাৰ নিলা বহুতৰ। দাস-দাসী দিয়া মন কাইলা আমাৰ॥ এতেকে তহন আজ্ঞা ধৰিয়া মত। কৃষ্ণৰ সণ-যুগ ধৰি হৃদয়ত। বিৰচিবোঁ পল ইটো অতি অনুপাম। পুষ্পক হৰুণ বাপ যাৰ নাম॥” “জয় নমো নাৰায়ণ নৃপতি প্ৰধান। যাহাৰ সমান ৰাজ্ঞা নাহিকয় আনা। ৰানুৰ্চা কৰি ৰাজা ভোগক প্ৰয়। শকি-তলে যত ৰাজা মহলে ব্যাটয়॥ হে নৰেন্দ্ৰ মহা ত্ৰিভুবনে সাৰ। তাহান আজ্ঞাত আমি বাচিলো পোব। আমাসাক ধন ৰত্ন দিলা মহাশয়। সপ্তম পুমানে খাইবাক জোৰায়।" ইয়াত এফালে নৰনাৰায়ণৰ বিদ্যোৎসহিত আৰু ইফালে ৰামসৰস্বতীৰ