পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য। ২, ১৫ কৰোতা এজন গোপীনাথ দ্বিজই তেওঁৰ পিতাক ৰামসৰস্বতী শুক্লজৰ পাঠক বুলি কৈছে; এৱেই দ্বিতীয় নকল-মসৰস্বতী হব পায়। পাটচৌৰা নামে আছে এ গ্ৰাম, চিনাকোণ নামে আৰ। অতি বিতোপন সৰ্ব সুসম্পন্ন দুই যেন স্বৰ্ণহব॥ সেহি গ্ৰামেশ্বৰ ময় বলব ভীমসেন দ্বিজবৰ। যাৰ যশৰাশি অদ্যাপি প্ৰকাশি যেন পূৰ্ণ শশধৰ॥ তাহান সন্ততি ৰামসৰস্বতী পাঠক শুৰু। যেন শুক জুক অঙ্গি তুম্বক আৰো নুহি পটন্তৰ॥ তাহান তনয় অতি শিশুনয় গোপীনাথ দ্বিজবৰ। হষ দীৰ্ঘ ছন্দে বছিলা প্ৰৱন্ধে কথা মহাতাণ॥ (৪০১২-১৪)। এই ৰামসৰস্বতী পাঠকহে কবি নাছিল। মূল ৰাজকবি ৰামৰস্বতীয়ে নৰনাৰায়ণ-চিলা ব্যায়ৰ পৃষ্ঠপোষকতাৰ বিশালত। অনেক মুখে শলাগিছে, আদি বনপৰ্ব, পূহণ কাৰ্য আৰু পৰ্ব্বত (২০১-২৫৫, ৮২৭-৮৫০)- বৰি-তলে সম নাই। "নৰনাৰায়ণ ধনী মনী ধীৰ হৰিক চিন্তে সদায়॥ যাহাৰ ৰাজ্যত অনুক্ৰমে ৰাম খ চেৰ হওঁ চাৰি পৰু ৰাজা বৈষ্ণৱসকলে আগে-পাছে আৰ তাহনি অজ্ঞাত কনপক কথা সপ্তদশ ইটো নৃপতি প্ৰধান গহীন গম্ভীৰ বৈধ সূলে সন্ত্ৰসভা প্ৰায়। কে লালয় পোষণ অতি কয়॥ লোৱ নেশ আমি হৰি ৰাজ্যত নাই। মাহৰ আগলে চলি থাকে সদায়॥ আশীয় কিন্তু ফশ কথা কহি অতি। নহৈব মহীত তুন সম নবপতি॥ চিলো পয়াৰ আমি অল্প বুদ্ধিহীন। সূৰ্যাসম জ্বলে, আমাৰ মন মনি। উখি মাঝে বনপৰ্ব কথা সাৰ। টীকা হেৰে যাব ভাষ্যতে বিশ হাজাৰ। বিৰচিলো আমি নানা হস্তু দীৰ্ঘ ছন্দে। ৱৈষৰ পা প্ৰৱন্ধ॥ বশি হুজাৰ তাহাক চাহিয়া মণিচন্দ্ৰ ঘোষ বঘাসুৰ বধ