নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ২১৩ কোনোবাই জোৰা দিয়া বুলি ভাবিব পাৰি। কিন্তু এওঁৰ অতি সৰবৰহী কাব্য কুমৰ হৰণ, চিত্ৰলেখাৰ সহায়েৰে উষাই অনিৰুদ্ধক হৰণ কৰা মধ্য দশমৰ কাহিনীৰ ভাঙনি কবিও স্বাধীন কাব্যৰূপে কবিয়ে এই কাব্য লিখিছে। শঙ্কব- দেৱে “হবমেহনত" মোহিনীৰ অপৰূপ ৰূপ বৰ্ণোৱা কাম-ভাধৰ হেন্দোলনি তোলা ছবি চুদতে অনন্ত কদলীয়ে উযাৰ যৌৱন-সপোন মনমোহকৈ কৰ্গাইছে বৈশাখ আসিয়া জৈল ঘশী থিৰ সমযোগে। যা আছে শয়নাত দেখিলেক সপোনত পুৰুষক আছন্ত সদ্যোগে॥ ঘুমটত থাকে ভালে জাগিলেক ওতকালে গুচয় সন্তোগ যত ভোগ। উষায়ে নিদ্ৰাত পাই স্বামী বুলি আলিঙ্গয় বতি-বস কবে সৰ্তী ভোগ॥ সপোনত কলমে ধাৰে শৰীৰ বিকল বাৰে ধৰিৱে চাৰয় আকোলি। আৰ হোৱে দুইৰ আগ ধৰিবে নপায় লাগ স্বামী বুলি গেৰিয়া আওঢালি॥ শ্যাত বুলাই হাত কৈ গৈল পাৰে গেৰি তুমি বিনে প্ৰাণ ছড়ি যায়। কোন দোষে গৈলা এড়ি প্ৰভু বুলি পাৰে গেৰি জগি চিত্ৰলেখা আছে চাই॥ উষা বোলে প্ৰাণ সখী স্বল্পত আছিলোঁ দেখি পুৰুষক ত্ৰৈলোক মোহন। চাক শমী কলেৱৰ দিব্য পীত বস্ত্ৰ-ধৰ কাড়িকৰ কমল লোচন॥ মহ বা মহাবল সুচৰিত্ৰ সুমঙ্গল একো অঙ্গে নাহি খতি-শূণ। কামিনী-মোহন বেশ দশনে হবে ফ্ৰেশ কতনো কহিবো ৰূপ-গুণ॥ লয়লাস বেশে অসি মোৰ মুখ চাই হাসি হাঙ্গে আলিঙ্গি ধৰিলা। মুখে মুখে ঘনে চুম্ব নিলে কুচ পুত্ৰ ৰতি এস ভাৰ দূৰশিলা। পিয়াই অব মধু মাক হৰিয় লেৰো নয়ানো লুকাই কোথা যায়। তাড়ে মাই প্ৰভু বুলি বিচাৰোহো বিয়াকুলি সখী মোক দিয়োক দেখাই॥” ভক্তিসাধন ৰা বৈষ্ণৱামৃত বোলা ১৫৯ টি পদৰ অন এখনি পুথিতে অনন্ত লীৰ ভণিতা (পদ ৬৭,১৫৯) পোৱা হয়; শৰণ আৰু ভক্তিৰ লক্ষণ- জিজ্ঞাসাত এই পুথিৰ আৰম্ভ হৈ গীতা-ভাগৱতৰ সমিধানত সামৰণি পৰিছে। মহীৰাৱণ বধ নামৰ ২২৮ টি পদৰ আন এখনি কাব্যত অনন্ত কন্দলীৰ ভণিতা (পদ ৩২১৮) আছে : পাভালবাসী এই ৰাৱণ-পুত্ৰই পিতৃৰ উদ্ধাৰৰ বাবে ৰামৰ হাতত প্ৰাণ দিলেহি, তাকে ইয়াতত বৰ্ণোৱা হৈছে। তন্ত্ৰৰ গীতা-সাৰ, বিচিলো হাতে লিখা পুথিৰ ভণিতাভ আছে—“সাত্বত থসুত্ৰ আৰু ভাগৱতাচাৰ্যো কহে বোলা ৰাম ৰাম।” অসমীয়া হতে লিখা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১৫
অৱয়ব