পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১২ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী স্পষ্ট বুজিব পাৰি শঙ্কৰদেৱ ইয়াৰ ভিতৰতে বৈকুণ্ঠগামী হৈছে। অনন্ত কন্দলীয়ে আন্তৰিক ভক্তি-বৃত্তজ্ঞতাবে উল্লেখ কৰিছে— “আছিল কায়স্থ কৃষ্ণ-বিজ্ঞৰ শঙ্কৰ। তেহ্যে ভাগৱত কৰা ৰচিলা সুন্দৰ॥ যাত হন্তে ভৈলা কও কথাৰ প্ৰসিদ্ধি। জানিলে লোকে ভাগত নবনিধি॥ সীতো মহন্তৰ কিবা কহিবে। মহব। যাৰ ষ-কথা গীতে ব্যাপিলে জগৎ॥ নাম কায়স্থ মহা হৰিত ভকত। কৃঃ ৰি মৰি স্থিত ভৈলা বৈকুণ্ঠত॥ তাসন্থাৰ অনুগ্ৰহ লভিয়া সৰুথা। জানা আমি বিবচিলোঁ ভাগবত কথা॥" অন্তু কন্দলীব ৰামায়ণ ৰচনাৰ উল্লেখ আগত কৰা হৈছে— “ৰাম নাম সমান সুহৃদ নাহি আৰ। অনন্ত কদলী কহে, ৰামায়ণ সাৰ॥ ভাগৱত সমে আক কৰিলে। মিশ্ৰিত। যে জাহৰীৰ জল তুলসী সহিত॥ 'ভাগৱত ৰামায়ণ কন্ধন সম্বাদ। যেন চিনি ঘুতে আতি মিলয় সুস্বাদ॥ মাধৱ কন্দল। আদি মহন্ত বিশেষ। কথাবন্ধে ৰাণ ৰচিলা অশেয়॥ ময়ে লিখিবোইে। তাসম্বৰ অনুমতি। কিন্তু প্ৰপন্ধিায়া কিছু কহিবো ভকতি॥ সাক্ষণই পৰিম ঐ নাম ৱতাণ। নামে মাত্ৰ তাৰে মন গল্প সংসাৰ॥ তাহান সামান্য কথা নু'চন্তা শোক। এতেকে ভৰুতি ৰচে নিনিদিবা মোক॥” “কামৰুপে সব হ্যজো নামে যাণ অতি সন্ত পুণ্য দেশ। গিৰিৰ নিকটে আছন্ত প্ৰকৃতে হাগ্ৰীৱ ঋষি যশ॥ তথা দ্বিজকল ব্ৰজৰ কিন্তু আছিলা বত্ন পাঠক। ভাৰত এৰ নাইলা বই লোক॥ তথা উতপত্তি তাহৰ গতি ভাৰত ও গৰ্ব শাসু মত উদ্ধাৰি আনি আদৰে॥ আমাণ ভকতৰ যত্ন কৰি। কথাবলে সাব ৰচিলা পয়ল শুনা সৱে নৰ-নাৰী॥” ষষ্ঠস্কন্ধ ভাগৱতৰ শেষ ছোৱাৰ পৰা ইন্দ্ৰৰ হাতত হোৱা বৃসুৰ বধ কাহিনীও অনন্ত কন্দলী। কিন্তু অভিমন্যু বধ কাব্য ভণিতাত আতে “বোলে গোপীনাথ, মই বৰ অনাথ, ভুমি দুখিতৰ ধন" (৪১১ পদ) বুলি পাছতে “তোমাৰ কিন্তুৰ, নামত কম্বলী, এৰি নিজ যত কাম। ভাৰতৰ পদ, নছিবে লাগিল, মনে ভাবি তযু নাম। আন্ত ব্ৰাহ্মণে, বোলে নিৰন্তৰে, নৰে ডাকি বোলা ৰাম।” (৪১২ পদ) লিখিছে; গতিকে ইয়াক অনন্ত কন্দলীৰ ৰচনাত প্ৰৰ্কিল স বাল্মীকিব কত