পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

fo নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী আয়ু দিলে ভাঠি ভাখিল মাওলি ছলি সোটা-সোট তেল-মাস শুখাই গৈল আন্ত কাসে চুল-ল বিভৎস শৰীৰ হয় না। হাতে লৈলা লা আগ গৈল ঢলি হাড় গোটা-গাটি গাৰতে লুকাইল, মুখে নাসে মাত হয়খিতে নচলে পাৰ। ধনু ফান্দ দিলে গাৱ॥ কোটৰে লুকাইল আখি। দেখিয়া নপাবা সাথী। বাস্তবে নাহি অৱস্থা। লবৰ কৰে মাথা॥ তিনি স্থানে ভৈল ব্যাগ। তথাপি বুঢ়াসে আগ॥ সৰি শৈল চুল আখি বুৰে নীৰ সন্ধেয় মণিৰ ৰাগ ভাটিয়ালী। তৈল মুকাল আৰু হৃদি কবি ডো ভাই! কিহহ হবিষ তোৰ। ৮ঃ নেদেখা অনিন্দা মাস হোক পাহলে কাল-চোব॥। নে হাত নাই মন। অপদৰ বন্ধু যন লইয়ো বান নাম নাইন। ! নিন সৰ কাল-চোতে হবে। দেখি নেলেস বুঢ়াক হাসস হলি কালতে মাৰে॥ বোন কত কাটে পবিহুবি নামক লৈয়ে যুহনে। কাজান হয় বৃদ্ধ যুৱা নাই কহ৷ ৰামচুৰগে॥ এনে অনুক্ৰমে মাধৱদেৱৰ বৰগীতসমূহ স্বয়ং অসমীয়া সাহিত্যৰ এটি শ্ৰেষ্ঠ কীৰ্ভিছয়। মধৱদেৱ নিজে অতি সুগায়ক যে আছিল ৰাচৰণৰ “অমৃতৰ সুৰ যেন মাধৱৰ বাণী। কবিলা প্ৰশংসা সন্ন্যাসী মনে জানি॥(শঙ্কৰ চৰিত, ৩২ ৭০ পদ) কাহিনীৰ পৰা বুজিব পাৰি। বৰগীতৰ বাহিৰেও মাধৱদেৱৰ ভট্টিমা আদি অতি মনোৰম, চানেকি স্বৰূপে প্ৰখ্যাত গুৰু-ভট্টিমাটি মাত্ৰ উদ্ধৃত সৰ্থ ৰ জন্ম ও শহৰুৰ তোহৰি চাক বেশি সুন্দৰ ৰেণু শতকোটি গেীব কলেৱৰ বপ্লন যাকেৰি যাকেৰি নাহি উপম। বাবেক কৰোহে প্ৰণাম॥ যৈন সুৰ পৰকাশ। দশনে পাপ বিনাশ॥ সকল ভান