পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

S8 না পোলত তাসমীয়া সাহিত্যৰ বুৰঞ্জী “পাচ্ছে হসি মোক জনক-পটিশৰী। কন্তু ব্ৰন জাকীব গলে ধৰি॥ কাক লাগি এতমন কৰিলো গীয়াই। ঘৰ-শুনেীয়া কৈ যানি সীতা আই॥ সীতা সীতা বুলি নাম লইবো কাৰ। তই গৈলে প্ৰাণ কোনে বলি আনাৰ॥ আজি সৰুশূিন্য কৰি যাইবি মোৰ ঘৰ। আনেসে আপোন লৈ মই ভৈৰ্গো পৰ॥ মোৰ বুক শনা কলি কোনে লৈয়া যায়। থাকিবি কাহাৰ গৈনা ঘৰ শুৱাই॥ কেীশল্যাবিয়নী আছে শুত পাই। তাজি হন নুৰু জুৰাইৰেক কে পাই॥ সীতাষে লাশয় মোৰ ধনি গলে। নাম-মালিকা ৰচনা সম্পৰ্কে আগতে উনুকিয়াই অহা হৈছে; উড়িষ্যাৰ বা পুৰুষোত্তম গজপতিৰ এই নামৰ সংস্কৃত গ্ৰন্থৰ পৰা ৰীৰকাৰ্ষিৰ অনুৰোধমতে মাধৱদেৱে এই পদভানি কৰে। আবৰ্ণিত “তুন চণণে নমস্কাৰ কৰি মনে। কণা নমাৰ নিঃ ওহহ বণে॥ সুপ্তপ্ৰায় আছিলেক মোৰ বুদ্ধি-মন। ৰহণ কৃপায় ইটো লৈ চেনে॥ নে গুৰণত কৰি নমন্ত্ৰণ। মাধৱে ছিল পচন নি-নালিকান॥ বষোত্তম নামে নববি গজপতি। তান 'আজ্ঞা পালি দ্বিজ্ঞাণ মহনতি॥ পুৰাণ ভাৰত স্মৃতি আগনিক চাই। নানা গ্ৰন্থ সংগ্ৰহ কবিলা এক ঠাই॥ ষ নাম মহিলা পাইলন্ত মতমান। লিখি আনি সাকো কবিলা একঠান॥ মু হুন্না এণে পদ নাম মালিকান। ইহাত আমাক দোষ নিদিবা বিভাৰ॥" নাম মাহাত্ম প্ৰচানেই অৱশ্যে নাম-মালিকাৰ মাই লক্ষ্য। ঔৎসাহদাতাৰূপে লক্ষ্মী- নাৰায়ণৰ (১৫৮৪-১৩২২) মীপাত্ৰৰ উল্লেখ সা ক্ষায় লক্ষ্মী নাশাণ মহা নৃপতি গণি। মাল ঢাকিগা ইটো কী।৫৮৫ তান মহীপাত্ৰ নামে বীৰুপাক্ষ সমস্ত শু-সন॥ আহাৰ স = নুহ৮ে সাক্ষাত, বিচাৰ শত শাহব। ৫৮৮। হন আজাদী মনে আনুনানি কৰিয়া এই বিচাৰ। নে লৈলা মনে। পান তন বছিলো আমি পাৰ।৫৯১। ৰাজসূয় যজ্ঞ নামে অন এমনি ব্যত মাধৱদেৱে জসদ্ধৰ মৃত্যুৰ পাছত তেওঁৰ পুতেকক বাজপাটত কওবা সম্পৰ্কত হোৱা এই যজ্ঞ আৰু কৃষাৰ বিৰুদ্ধবাদী হৈ যুদ্ধ নকৰা বাবে ৰাসঙ্গই বন্দী কৰা ৰজাসকলৰ মুক্তিৰ বৰ্ণনা কৰি কৃষ্ণ- মাহৰ নিল মহাত্মা ব্যক্ত কৰিছে।