পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত লি উঠা অসমীয়া সাহিত্য অব্যক শুনি পাত এবায়। ব্ৰহ্মলোক এই সিটো বিষ্ণুগুলোকে যায়। ভবিষ্যত পুৰাণৰ কথা এহি গুটি। জন্ন হসব কথা ভৈলা সনাপতি। সুচ ভাব কহে অতি অল্পমতি। নেমে নমে হউক কৃষ্ণ ভকতি॥ সুচন্দ্ৰ বৰ্তী কহে শুনা সৰ্ব্বলোক। ঢাকি ৰাম ৰাম বোলা পাক ছড়াক॥ মাধৱ কন্দলীব বামায়ণত শঙ্কৰদেৱে উক্ৰকা আৰু মাধৱদেৱে আদিকাণ্ড জোলা দিয়াৰ কথা আগতে উনুকিয়াই তাহা হৈছে; ইও মাধৱদেৱৰ আগ বয়স বচন বুলি তাৰ আৰম্ভণিৰ পৰা ধৰিব পাৰি “নিজ গুৰ চৰণত কৰি নমস্কাৰ। বছিলো মাত্ৰ আল্য কত কথা সাৰ॥ বোলোঁ কৃতাধলি শুনা সৱে সভাসদ। মহা মূঢ় হা কৰো বানায়াশ পদ॥ পৰম চঞ্চল মাই অধমৰ দোষ। ক্ষমিবা সকলে নকৰিবা অসন্তোষ॥ নাহিকে কবিতা গুণ নুহিকো পথত। তথাপিতো ভৈল পদ কবিবাক চিত। মহাভোগ ইহা যেন লৈ দৰিদ্ৰব। মই অৰনীৰ জ্ঞান সেহি পটৰ॥ মোৰ পৰ-পটৰ যেন হীন গতি। বাণ চবিত্ৰ মহাৰঃ অতি॥ মোস পদ স্নানি দেখ কৰি পৰিৱষ। লৈ ৰাম-য়ি মহঃ সব॥" কবি-উমেদাৰ হলেও ভাষা-চাতুৰ্য আৰু বৰ্ণন-নৈপুণ্যত মাধৱদেৱে অৱশ্যে প্ৰথম শ্ৰেণীৰ প্ৰতিভাৰ প্ৰতিশ্ৰুতি দিছিল; কৈকেয়ীৰ ৰূপ-বৰ্ণনিত মাধৱদেৱৰ সামলী “কৈকেয়ী নামত কন এক তাছে তন। ত্ৰিভুবন নাহি সাৰ ৰূপৰ সমান॥ নাহি খতি-খুণ সৰ্বগুণে নিৰুপমা। মুহিকে সমান ৰতি বস্তা তিলোত্তমা॥ হবিণ-নয়ণী অতিশয় মধ্যক্ষীণী। সুকোমল কায় চামলে আছে য়িনি॥ পূৰ্ণ চন্দ্ৰমাণে জিমি কনব কান্তি। মুকুতাৰ শাৰী যেন বলে দন্তপত্তি॥ নাসা গোটি দেখি যেন ৰত্ন হিলফুল। বিম্বা জ্ঞিনি নে অংৰ বাতুল॥ মৃণাল সবুশ বাহ দেখিতে সুঠান। সুগীব লীলাগতি গৰুব গমন॥ বহুল ঘন যেন ভঁৰু বামফল। অল লক গল্পে চৰণ-কমল॥ হস্যত অমৃত হলে বন মধুৰ। হৰে ৰূপ দেখি কন্দৰ্পবোদপচুৰ॥ বদবি প্ৰমাণ গুণ বাঢ়ে হয়ই। কটাক্ষতে মোহে সুৰ নৰ মুনি যত॥" হষ্ণণ বৈষৱ কবি মাধৱদেৱৰ সীতাব বিদায়-বেলাত জনক-জায়া মেনকাশ মনোভাৱৰ কৰাি পঢ়ি অকপতে চিৰকাল অসমীয়াৰ “বৰঘৰ শুৱনী" জীয়ৰীৰ বিয়োগত মাতৃৰ পোৰা পেটৰ দুখ কণোৱা যেন লাগে ১৩