পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী শুনিয়া মাগৱে অতি বেধে ফুলি গৈলা। দুবাচাব পাপী তুই খসিয়া বুলি॥ মূখৰ আগত যেন কথা কহ তঞিn। ধৰ্ম বুজাৱস কিছুনানোহো মঞিa॥ বামপাসে বেলন্ত নকৰা ক্ৰোধ মোক। শঙ্কৰব পাশে যাওঁ শীঘ্নে চলিকে॥ আপনাকে পণ্ডিত মানাথ বৰ গেট। শঙ্কলৰ আগত হৈহ লোটিসোট॥" তেতিয়া বেলি হল বুলি পিছদিনা পুৱাই ওলাই যাওঁতে, মানৰ মতে, পথত হস্তে ননমিবে শহুবক॥ শালনেৰ সেমি মাধব সঙ্কুচিত ভৈল মতি। তেতে ধসিল, তেখনে পৰিলা চলণে কলি প্ৰণতি॥" বাননেৰ মতে, মাধৱদেৱৰ সেই দন্ত শঙ্কৰদেৱৰ আগত ক্ষু। হয়- “মনত বেলন্ত নকৰিধো নমস্তান। প্ৰথমে কৰিৰে শাস্ত্ৰ-তক বিড়াল॥ হেন মতে গুণি যান্তে নিকট পাইল। বসি আছে শঙ্গণ মাধৰে সেলিন্ত॥ শৰীৰৰ কান্তি দেখি শিহবিল গাত্ৰ। নাত বোল কিনে তেৰ প্ৰভাদ॥ সঙ্কুচিত তৈল শায়া পদ-জকশনে। কবিলা প্ৰামা পৰি শনা চুলগ॥” যিহওক, বানসাসে চিনাই দিয়াত মাধৱদেৱে বিনীতভাবে কঙ্গে- “শণত কালত পূজা সঙ্গে কলা। পূৰ্ব হান্তে ইটো বিধি-নিয়ম আয়॥২২১১। বেদ আন্না লহিলেও মহাপাপ হয়। অবশেষে মৰি ঘোৰ নৰকে পলয়॥ বেদৰ বিহিত কৰ্ম্ম লাগে কৰিবাক। নকৰিলে শাস্ত্ৰে বোলে দুবাঢ়াব তাক॥২২১২। দুৰাচাৰ ভৈগে শৰীৰৰ নাহি শুদ্ধি। দিনে দিনে পাপত মলিন হয় বুদ্ধি॥ পিতৃ-মাতৃ তব -পিত্ৰ নলয়। পশু যেন সিটো বৃথা জনম ধৰ॥২, ২১৩। মৰিলেও বে নৰকত পৰে হাই। কোটি কোটি গুল্ম তাহাৰ মুক্তি নাই॥ এতেকতে আমি দেৱীপূজা কৰোঁ জানি। ঈশ্বৰৰ আন্না ইটো আছে বেদ বাণী॥। শৰে বোল পাছে মাধকে চাই। শুনিয়োক কহে মত্ৰি শস্ত্ৰ অভিপ্ৰায়॥ ঋষিগণ কৰে ইটো বেদক ব্যাখান। নিঃ অৰ্থ একতিক তাড়ি কৰে আনি॥ তপ চাপ মগ্ন কৰি ব্ৰহ্মলোকে চৰে। পূণ্য ক্ষ। ভৈলে দুনাই নাৰকত পৰে॥ বেদ মতে কৰ্ম যদি অছিল বয়। অৰ্পণা নভৈলে একো মল ধবয়।২ ২১৬। যদি মল পাৱে তাৰ আহস্ত বিনাশ। হস্থসকলে হাত নকৰে বিশ্বাস। মা কৰি ধৰি আনি পশুক দেয়। অপণি নভৈলে এলে ম নয়॥২২১৭। মদি এহি জ্ঞান কৰে স্বাকি গমন। নৰকত হেৰে পবিবেক কোননা।