vo নতুন পোব্ৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী লেতুপুখুৰী (লেটেকুপুখুৰী) বুলিছে। আকৌ মাধৱদেৱৰ জন্মৰ পূৰ্বৰ এই কছাৰী মাৰণক দৈত্যৰিয়ে আসাম (আহোম ) মাৰণ বুলিছে। যিহওক, ৰামানন্দৰ পৰাই মাধৱদেৱৰ শিক্ষা সম্পৰ্কে আৰু কিছু কথা জানিব পাৰি “এক দুই তিনি চাবি ভৈল পঞ্চ ছয়। দেখিয়া পিতৃৰ বৰ আনন্দ নিলয়॥ পাছে গুৰুগৃহে শাস্ত্ৰ পঢ়িলন্ত মত। ব্যাকৰণ পুৰা কাৰ্য-কোয়া ছাগল। পাছে পাঢ়াইলন্ত পিতৃ কায়স্থ শাস্ত্ৰক। পতিত হইবাক লাগি আপোন পুত্ৰক। কেই বছবমান পাছতেই মাধৱদেৱৰ পিক ঢুকাল; ভনীয়েক উকশীক হোকবাকুচিৰ গয়াপাণিলৈ বিয়া দি বিয়াৰ ধাৰ মাৰিবলৈ বুলি বাঙুকা আৰু নাৰায়ণপুৰলৈ অহা-যোৱা কৰি বেপাৰত ধৰিলে। এই বেপাবত থাকোতেই নবা-মুচা প্ৰহণীত পবিল; তাৰ পৰা সকাহ পায়েই মাধৱদেৱে গোসানীলৈ দুটা পাঠা আগবঢ়াইছিল- “লৈলন্ত বেসানি পাছে নাৱত ভবিন্না। বাকা দেশক লাগি গৈন্তু গণিয়॥ ধিকিল বেসন যত অসম দেশত। মুকুতা গোৱাল কিনি লৈগা সিঠাত॥ নপি প্ৰবেশিয়া নাৰাপুৰত। বিকিলা বেলানি নিয়া উহনি দেশত॥ পুতন ধাৰ মত সৰে শুঙ্খা গৈল। মূল দিয়া একশত টাকা লাভ ভৈল॥ পীড়িল গ্ৰহী ব্যাধি আসি শৰীৰক। গুণস্তু মনত দেখি মৃত্যু-সঙ্কটক॥ তৈল কীল ব্যাধি দেহ কবল দুৰ্বল। এহিমতে দুখে-কষ্টে চাবি মাস গৈল॥ কতে দিনে প্ৰবেশিকা অসম দেশ। অনস্থলে নাও ৰাখি লোহিত তীবত॥ আছ। বৃদ্ধা মাতৃ বামদাসৰ গৃহত। হেকোবা-কুটীয়া গৈয়া ভৈল স্ট্ৰপাত॥ মাধৱদেৱক পাছে নাত্ব দেথিলন্ত। মহা মেহ-অনুৰাগে কান্দিৰে লৈল॥ ভোজন কবিয়া পাছে ৰাত্ৰি বঞ্চিলস্তু। প্ৰভাতে উঠিয়া বামদাসক বোল॥ বোনি কিনিৰে উজনিক যাও মই। একথানি বা বোলো কবিবিহিতই॥ দেৱীৰ প্ৰসাদে ভৈল কুশল আমাৰ। ভালমতে পূজা মই কহিবো ইবাৰ॥ শু দুগ দুই গোট আনি বা চই। বয়তৰ শৃঙ্গ মই আনিলো গঢ়াই॥ এহি বুলি নাৱে গড়গাঁৱক গৈলান্ত। সমঃ কেসানি নত বেচিলন্ত॥ বতৰ শৃঙ্গ দুই লৈলন্ত গঢ়াই। গৃহক লাগিয়া পাছে আসিল দুনাই॥” ৰামচৰণত শঙ্কৰদেৱৰ সম্পৰ্কৰ বাহিৰে মাধৱদেৱৰ বিশেষ বিৱৰণ নাই; আৰু শঙ্কৰ-মাধৱৰ মিলন সম্পৰ্কত ভূষণব পদ মচৰণৰ (২১২৪-৮৬) লগত
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৮২
অৱয়ব