পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিলি বা গোবিন্দগিৰি প্ৰথম ভায়া অনুচিৰ পুতেক, মীম হক বাবণ। নত, পত্ৰ গিনি, কিন্তু অশৰ মতে, নামান; অফ শৈলা * জানো। সত্যবতী আৰু স্থান লখীমপুৰ জিলাৰ নাৰায়ণপুৰীয়া বালি না। ১৭ নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য কমক ফিকাল আইলা চীব। পিতৃৰ উপৰি বংশ মাধৱদেৱৰ॥ সেহি বেলা মহিলন্ত বাস্তুকা দেশত। সদাচাৰী বুলি প্ৰশংসায় লোক যত॥ সেহি বংশে কষণা গিৰি জন্মিল। মাধব পি তাক জগতে জান॥ ধৈৰ্যৱন্ত ক্ষমাৱ নহা সিদ্ধ মতি। ব্যাপচন্দ্ৰ গিৰি তৈলা তাহান সন্ততি॥ পচন্দ্ৰ গিৰি মাতৃ গৈল পবলোক। দেখি বকশা গিবি পাইলা বৰ শোক॥ বিবাহ কবায়া আছে শ্ৰেষ্ঠ নায়ক। বাণিজ্যক মনে হল আসাম দেশক॥ ক্লাহি-মিত্ৰজন তথা অনেক অক্ষয়। সিকাৰণে ৰদেৱা গৈলা মহাশয়॥ তৈন। চলি গৈম নাৰাণপুৰক। বেসানি লৈ যান্ত দুনাই বাংকা দেশক॥ এহিমতে আঘাত কণিয়া সম্প্ৰতি। কিছুমান ধন উপাতিলা মহামতি॥ বন্দেলা গ্ৰামে এক ব মনুযাস। জোৰণ কৰিল কনা কায়স্থ কুল॥ বিবি আয় বিবাহ কৰিলা অনস্তব। তেন্তে জানিবহা মাতৃ মাধৱদেৱৰ॥ শঙ্কৰদেৱৰ জান উপবি বংশেৰ। সম্বন্ধ আহন্ত তা অত্যন্ত পূৰ॥ পুনপি ভাৰ্য্যা সমে সবাক খোকন্তু। জাতি-মিত্ৰ কুটুদ্বসলে বাধিলপ্ত!! কবিপে লয়া নাই তৈল বায়ান। ধন-বি কাঢ়ি লই নাৰিব প্ৰাণক॥ এহিনতে আনদে বহিলা তহিতি। মাধৱদেৱৰ মা তৈলা গৱৰ্তী॥ সেছি বেলা কছাৰীয়ে৷ মাবিলা ৰাজ্যক। পলাই গৈলা গণ যোণ হয়॥ কছাৰীয়ে মাৰিলেক পবিল আকাল। ইহাত থাকিলে তাক নেদেখেছো তাল॥ ভাৰ্য্যা সমষ্টিতে গাছে উঠিয়া মাৰত। বঞ্চিলন্ত গৈয়া পাচ্ছে নাৰাণাপুৰত॥ বাসা কৰি বৈলা পাছে বলি যে এমত। ক্ষি মাধৱদেৰ সেহি সময়ত॥ শুল নৰমীত জানা বৈসা মাসত। দিবাভাগে জলিন্ত দুই প্ৰহৰত।" ইয়াত মাধৱদেৰ জন্য শক আদি দিয়া নাই। আন ঠাইত আছে- চেীদ্দশ আঘাৰ অব্দে জৈষ্ঠ মাস নিশি। কৃষ্ণপক্ষ ৰবিবাৰ প্ৰতিপদ শশী॥ সময়ে মানবদেৱ প্ৰকাশ ছৈল। সকলো প্ৰস ভৈল সিদ্ধ মুনি সন্তু॥" অন্যান্য বিবেচনৰ পৰা মাধৱদেৱৰ এই জন্য-শক ঠিক বুলিলেও জন্ম-মাস আদি বিষয়ত অমিল থাকে। তদুপৰি মাধৱদেৱৰ পিতৃ কৰকণা গিবি, দীঘলপুৰীয়া নান, ববপুত্ৰ তান" বুলিলে। এছন বঙালী লেখকে মাধৱদেৱৰ মাক মনোমাক