পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জ্ঞ যুগত ফুলি উঠা অসমীয়া সাহিত্য ১৬ শঙ্কৰদেৱে তাক ‘সত চতুৰ" ভাৱে আন প্ৰকাৰে পূৰ্ণ কৰিলে। শঙ্কৰদেৱে তেতিয়া আদ্য দশমব পদ ভাঙিছিল; আৰু ভক্ত অনন্ত কন্দলীয়ে উচ্ছিষ্ট ভিক্ষা কৰাত তেওঁক মধ্য আৰু শেষ দশমৰ পদ কৰিবলৈ অনুমতি দি তেওঁক মানসিক উচ্ছিষ্ট ভোজন কৰালে। কীৰ্ত্তন- ঘোত ভাগৱতৰ সৰহখিনি কথাই সাৰাংশ বা সুকীয়া কাব্যৰূপে ৰচি পাছত আলপ বহলাই তাৰ ভাঙনি কৰাত কিছুমান পদ দোহৰ যেনেই লাগে; তথাপি পিছ বয়সৰ ৰচনাৰূপে এই ভানিবোৰুষ বস অতি দ্ৰীভূত আৰু গভীৰ দাৰ্শনিক তথ্যপূৰ্ণ। দশম স্কন্ধৰ- কৰ্মৰ অধীন স্ত্ৰীৰ যেতিক্ষণ যায়। এবি পূৰ্থ দেহা উৰ শৰীৰক পায়॥ যেন জোকে তৃণ পাইলে এৰে আওঁৰ তৃণ। ক্লীন মৰণ স্বপ্ন এবেনুহিভিন্ন॥ “প্ৰকৃতি আশ্ৰয়ী, আছে আদি বৃক্ষ, সুখ দুঃখ দুই মহল। অৰ্থ হালি বস, শিগায়ে ইন্দ্ৰিয়বল॥ সাত ধাতু দুলি, শাথায়ে আঠ প্ৰকৃতি। দেশ না পায় ঈশ জীব দুই পক্ষী থাকে তাত নিতি"॥২। আশা নাম নদী মোৰ জ্ঞল মহধন। নানা বিধ তৃষ্ণা আত ঢউ সৰ্বলে॥ কাম-ক্ৰোধ ভৈল ঘেব কুন্তীৰ-মকব। নানা তৰ্ক-বিত গহন ভাষান্তণ॥ মোহফ মহা পাক চিন্তায় কাতৰ। দিন-বাতি তৈল আতি বা খবৰ॥ ক্ষণে ক্ষণে নেয় ধৈৰ্য-বৃক্ষক খহাই। যত গীৱৰাশি আত ঝালি টি যায়॥ শম্বৰাচাৰ্য্যৰ তাদ্বৈতবাদমূলক আৰু প্ৰসিদ্ধ “মোহনুগৰ”ৰ সমকক্ষ গহীন ভাষাত শঙ্কৰদেৱৰ দশম-ভাগৱতৰ এনে উপদেশ তাসনীয়া সকলো লৰা-বুঢ়াব। তিনি গুণ মূল, দু। উখি আয়া, কি সংসাব বিলম্ব কাৰ্যা নাই। চিন্তামণি জন্ম হেবা হাতে হোয়॥ নাহিকে চেন গাল-গলে গিলে। -জন চীন আইবেক একতিলে॥ যত দেখা ভাৰ্যা-পুত্ৰ সৱে অকাৰণ। চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥ বিষয়ৰ সুখ একতিলে কৰি চুব। যমৰ কিহৰে ধৰি নিব যমপুৰ॥ দশম ভাগৱতৰ বৰ্ষাবৰ্ন আদি কাব্যকাপে যে অতুলনেই, তাই সোমাই থকা ভক্তি-উপদেশে বিচক্ষণ- “পনাৰা-শুকে জীৱনৃপত হয়। ভকতি বাৰিষা ঋতু ভৈলন্ত উদয়॥ মাধবব ভকতি নিৰ দিন। নানা কান্তি ভতি আদি ওৰ ভিতৰ॥ বিষয়-বাতাস হল-লাস ডান হবে। ভক্তি-শক্তি চানিহানি হক্ট মেঘে কৰে॥"